Search Engines

সকলো ছাত্ৰীয়ে ইকোখন কৈ স্কুটি পাব ১৫ অক্টোবৰৰ আগত

Big Breaking News :--  যোৱা কলি এখন সংবাদ মেলত ড়: হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনালে সকলো - ছাত্ৰীকে একোখন কৈ স্কুটি প্ৰদান কৰা হ'ব ।
সকলো ছাত্ৰীয়ে ইকোখন কৈ স্কুটি পাব ১৫ অক্টোবৰৰ পাছত

এই বৰ্ষত ( ২০২০ ) ২২ হাজাৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হয় আৰু এই উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থী সকলক একোখন কৈ স্কুটি প্ৰদান কৰিব ১৫ অক্টোবৰৰ আগত


এই আচঁনিৰ জৰিয়তে  দৰিদ্ৰ ছাত্ৰী সকলে বহু পৰিমাণে সকাহ পাব । এনেকোৱা বহুতো ছাত্ৰী আছে - যি সকলে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়, নাই বা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় কিন্তু কলেজত নাম ভৰ্তি কৰা পাছতো, কলেজ খনৰ দূৰত্ব বেছি হোৱাৰ বাবে কলেজৰলৈ যাবলৈ নোৱাৰে । যাৰ ফলত বহুতো ছাত্ৰীয়ে কলেজ এৰিব লগীয়া হৈছে । 
                ২২ হাজাৰ ছাত্ৰীয়ে যেতিয়া ১৫ অক্টোবৰৰ আগত একোখন কৈ স্কুটি পাব, তেতিয়া ছাত্ৰী সকলে কলেজৰলৈ যাবলৈ কোনো ধৰণৰ অসুবিধা নাপাব । এই আচঁনিৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী সকলে শিক্ষা গ্ৰহণত কোনো ধৰণৰ অসুবিধা নাপাব ।
             ‌ ‌‌  ‌‌ সংবাদ মেলত ড়: হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু এটা কথা জনালে, যি সকল ছাত্ৰীয়ে নিজৰ স্কুটি খনত তেল ভৰাবলৈ অসুবিধাৰ হব পাৰে বুলি অনুমান কৰে, সেই সকল ছাত্ৰীয়ে যদি বিচাৰে তেল চালিত গাড়ীৰ ( স্কুটি ) নলৈ ইলেক্ট্ৰনিক স্কুটি ল'বলৈ পাৰিব, তাৰ বাবে চৰকাৰে এটা Website আজি মুকলি কৰিছে -- Website টো হ'ল - www.sebaonline.org  এই Websiteৰ জৰিয়তে আপোনাৰ লোকে ইলেক্ট্ৰনিক স্কুটি সমুহ ল'বলৈ আবেদন কৰিব পাৰিব ।

ইলেক্ট্ৰনিক স্কুটি Online  আবেদন কৰিবলৈ তলত টিপি দিয়ক Click Here
Tags

Post a Comment

2 Comments

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )

close