Breaking News :-- ইতিমধ্যে আপোনাৰ লোকে গম পাইছে Covid - 19 ফলত সকলো স্কুল - কলেজ সমুহ বন্ধ হৈ পৰিছে । যাৰ ফলত ঘৰতে থাকি শিক্ষাৰ্থীসকলক Online যোগে পাঠ্যক্ৰম আগবঢ়ায় লৈ যাবলৈ ব্যৱস্থা কৰা হয় ।
কিন্তু ১ চেপ্তেম্বৰ পৰা স্কুল - কলেজ সমুহ খুলিব পাৰিব কিছুমান নীতি নিৰ্দেশনা মাজেৰে । এখন সংবাদমেলত শিক্ষা মন্ত্ৰী ড: হিমন্ত বিশ্বৰ শৰ্মা ডাঙৰীয়াই জনায় যে - ১ চেপ্তেম্বৰ তাৰিখৰ পৰা ৰাজ্য সকলো বোৰ স্কুল - কলেজ সমুহ খুলিব পাৰিব । লগতে যি সকল চৰকাৰী শিক্ষক আছে সকলোৱে ২১ আগষ্টৰ পৰা ৩০ আগষ্টৰ ভিতৰত Covid টেষ্ট কৰিব লাগিব ।
এই Covid টেষ্টত যি সকল শিক্ষাগুৰু Covid Negative আহিব সেই সকল শিক্ষকে স্কুল - কলেজ সমুহত শিক্ষা দান কৰিবলৈ পাৰিব ।
Mojja
ReplyDelete