JioPhone 5 under works: Relaince Jio Phone 5 নতুন সংস্কৰনৰ কাম কৰি আছে । যা মূল্য আগৰ জিও ফোনৰ মূল্যৰ তুলনাত বহুতো সস্তা হব বুলি আশা কৰা হৈছে ।
Jio Phone 5 : এই Phone টো বজাত মোকলি কৰা কাৰণ এটাই, যি গাঁৱত থকা লোক সকল বিশেষ কৈ গাঁৱৰ মহিলা সকলৰ সহায়ৰ উদ্দেশ্যে এই
Jio Phone 5 মোকলি কৰিছে । কাৰণ বিশেষ কৈ গাঁৱত Network য়ে বহুতো অসুবিধা কৰে । যাৰ ফলত বহুতো লোকে নিজৰ ল'ৰা-ছোৱালী বা অন্য পৰিয়ালৰ লোক সকলৰ সৈতে কথা পাতিব লৈ অসুবিধাৰ সন্মুখীন হয় । সেইবাবে Jio নতুনকৈ মোকলি কৰিছে Jio Phone 5 ।
আৰু এই Phone ৰ মূল্য ৫০০ টকা তলত হব । যাৰ ফলত গাঁৱৰ বহুতো লোকে Phone টো কিনিবলৈ পাৰিব ।
JIO PHONE5 SPECULATIONS :
Jio Phone 5 আগৰ Jio Phone ৰ Lite Version . এই Phone ত আপোনাৰ লোকে ৪ জি নেটৱৰ্কৰ লগতে Volte সুবিধা লাভ কৰিব পাৰিব । Jio এই Phone ৰ বাবে নতুনকৈ এটা ৰিচাৰ্ছ Plan মোকলি কৰিব । মাত্ৰ ৫০ টকাত ২৮ দিনৰ বাবে ভেলিডিতি পাব আৰু Jio টো Jio Unlimited কথা পাতিব পাৰিব । লগতে এই Phone ত Facebook আৰু Whatsapp ৰ সুবিধাও লাভ কৰিব পাৰিব ।

Nice
ReplyDeleteHsjshj
ReplyDeleteMojjaaaa
ReplyDeleteKetia ahibo
ReplyDelete