Search Engines

নিবনুৱাসকলৰ বাবে বিশাল আঁচনি ll 21/12/2020 Last Date ll যুৱক-যুৱতীসকলক ৫০ হাজাৰ টকাকৈ আৰ্থিক অনুদান দিব ৰাজ্য চৰকাৰে ।

মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ । স্নাতক ডিগ্ৰীধাৰী  ST(P) আৰু OBC শ্ৰেণীৰ যুৱক-যুৱতীসকলক ৫০ হাজাৰ টকাকৈ আৰ্থিক অনুদান দিব ৰাজ্য চৰকাৰে ।

কি কি লাগিব ?? কি কি জমা দিব লাগিব ?? আবেদন পত্ৰ  কত জমা দিব লাগিব ??



যোগ্যতা:-

(ক) আবেদনকাৰী স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব ।

(খ) আবেদকাৰীৰ নিৰ্ধাৰিত বয়স ২৫-৪৫ বছৰ ।

(গ) পৰিয়ালৰ সৰ্বাধিক বাৰ্ষিক আয় ২ লাখ টকা বা তাতকৈ কম হ'ব লাগিব ।

(ঘ) আবেদনকাৰী ST(P)/OBC শ্ৰেণীৰ হ'ব লাগিব ।

(ঙ) আবেদনৰ অন্তিম তাৰিখ- ২১ ডিচেম্বৰ,২০২০


জমা দিবলগীয়া প্ৰ-পত্ৰসমূহ:-

(ক) আবেদন পত্ৰ ডাউনলোডৰ বাবে তলৰ লিংকটোত ক্লিক কৰক: Click Here

সবিশেষ জানিবলৈ ক্লিক কৰক:- Click Here


(খ) জমা দিব লাগিব-

        (1) Cast Certificate

        (2) Affidavit Signed by notary regarding applicant's Unemployment Status

         (3) Household Income Certificate

         (4) Graduation Pass Certificate

         (5) HSLC Admit Card


         (6) Bank Passbook

         (7) Proof of Identity- Voter Card/PAN Card/Aadhar Card etc.

          (8)  Brief proposal/Scheme for which the amount is proposed to be utilized(limiting to an amount of maximum of Rs.50,000)

         (9) Recent passport size photo.


তলৰ ঠিকনাত ডাকঘৰ জৰিয়তে জমা দিয়ক-


Directorate Of Welfare of Plain Tribes & Backward Classes

Rukmini Nagar,Guwahati-6,Asssam

Post a Comment

0 Comments
close