Search Engines

বহিঃ ৰাজ্যত কৰ্মৰত অসমীয়া যুৱকক হত্যা!

 বহিঃ ৰাজ্যত কৰ্মৰত অসমীয়া যুৱকক হত্যা ৷

জানিব পৰা মতে বাংগালুৰত কৰ্মৰত যুৱকজন বোকাখাতৰ ২ নং বালিজান আদৰ্শ মিছিং গাঁৱৰ পবিত্ৰ পেগু ৷



১২ জানুৱাৰীত ঘৰলৈ অহাৰ পৰাই নিৰুদ্দেশ হৈ আছিল যুৱকজন ৷

১১ জানুৱাৰীত ঘৰলৈ অহাৰ কথা জনাইছিল দেউতাকক পবিত্ৰই। ‘

বাংগালুৰৰ মেজিচটিক ৰেল ষ্টেচনৰ পৰা অসমলৈ অহাৰ কথা আছিল যুৱকজন।

১২জানুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা যুৱক জনৰ মৃতদেহ বাংগালুৰৰ চেচাদিপুৰম আৰক্ষীয়ে উদ্ধাৰ কৰে।

১৮ জানুৱাৰীত ভাতৃয়ে মৃতদেহ চিনাক্ত কৰে। বোকাখাতৰ ২নং বালিজানৰ নিবাসী পবিত্ৰ পেগুৰ মৃত্যুক হত্যা কাণ্ড বুলি সন্দেহ কৰি পৰিয়ালৰ লোকে তদন্তৰ বাবে বোকাখাত আৰক্ষী থানাত এজাহাৰ দখিল কৰিছে।

Tags

Post a Comment

0 Comments
close