Search Engines

Republic Day 2021: প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক পদ্ম ভূষণ সন্মান, চাওক পদ্ম বঁটাপ্ৰাপকৰ সম্পূৰ্ণ তালিকা

গণৰাজ্য দিৱস উপলক্ষ্যে ঘোষণা কৰা হ’ল পদ্ম সন্মান। দেশৰ অন্যান্য বিশিষ্ট লোকসকলৰ মাজত অসমৰ সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক পদ্ম ভূষণ সন্মান প্ৰদান কৰা হৈছে। তিনিবাৰৰ মুখ্যমন্ত্ৰীগৰাকীক মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে দেশৰ তৃতীয় সৰ্বোচ্ছ অসামৰিক সন্মান।


আনহাতে অসমৰ পৰা বিজেপিৰ প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী, লখিমী বৰুৱা, গোপীৰাম বৰগায়ন বুঢ়াভকত, দুলাল মানকি, বিৰুবালা ৰাভা, ৰোমান শৰ্মা, মংগল সিং হাজোৱাৰী, ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে।



Post a Comment

0 Comments
close