Search Engines

আজি মিছিং সকলৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং, গহপুৰতো উদযাপন

 আজি ফাগুন মাহৰ প্ৰথম বুধবাৰ ।

মিছিং জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং আজি।

আজিৰ দিনটোৰ পৰাই পথাৰত শস্য সিঁচা আৰম্ভ হয়।

অসমৰ ভূমিপুত্ৰ মিছিং জনগোষ্ঠীয় লোকসকলে উলহ মালহেৰে উদযাপন কৰে এই উৎসৱটি।

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে গহপুৰ নগৰতো কেন্দ্ৰীয় ভাৱে আয়োজন হৈছে আলি-আয়ে-লৃগাং।

ঐনিতমৰ তালে তালে জীয়ৰী বোৱাৰীয়ে নাচি-বাগি আনন্দ উল্লাহ কৰা পৰিলক্ষিত হৈছে l


Tags

Post a Comment

0 Comments
close