Search Engines

Himanta Biswa Sarma : ৰাজ্যত এইবাৰ হোলী আৰু বিহু উদযাপন কৰিব পাৰিবনে ?

 

হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘নিৰ্বাচনী সভা হ’ব পাৰিলে বিহুও হ’ব লাগিব । লকডাউনৰ কোনো সম্ভাৱনা নাই অসমত ।’’

‘‘কোনে কৈছে ৰাজ্যত পুনৰ মহামাৰীৰ ৰূপ লৈছে কোভিড০১৯–এ ৷ এয়া মিছা কথা, ভিক্তিহীন৷ ৰাজ্যত ক’তো কোভিড নাই ৷ আছে যদি দুই এজনৰ আছে৷ য’ত হাজাৰ হাজাৰ লোকৰ কোভিডৰ সংক্ৰমণৰ সময়ত ভয় কৰা নাছিলো, এতিয়া কিহৰ ভয়৷’’ – এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

pb center


‘‘ৰাজ্যত এইবাৰ পূৰ্বৰ দৰেই হোলী, বিহু উদযাপন কৰিব পাৰিব৷ হোলী, বিহু উদযাপন কৰাত বাধা নাই৷ বিহু উদযাপন নকৰিলে শিল্পীসকলৰ বহুত সমস্যা হয়৷ শিল্পীৰ পেটৰ ভাতৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব৷ সেয়ে উৎসৱ উদযাপন হ’ব ৷ অৱশ্যে নিজকে বচাই ৰখাৰ স্বাৰ্থত কোভিডৰ নীতি নিয়ম পালন কৰিব লাগিব ।’’ – ক’লে মন্ত্ৰীগৰাকীয়ে ।

হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘নিৰ্বাচনী সভা হ’ব পাৰিলে বিহুও হ’ব লাগিব । লকডাউনৰ কোনো সম্ভাৱনা নাই অসমত ।’’


Post a Comment

0 Comments
close