Search Engines

এটা এটকীয়া মুদ্ৰাই আপোনাক বনাই দিব পাৰে কোটিপতি, আছে নেকি আপোনাৰ হাতত ?

আপোনাৰ হাতত যদি আছে এনে এটি এটকীয়া মুদ্ৰা, তেন্তে আপুনি কেইদিনমানৰ ভিতৰতে হৈ পৰিব পাৰে কোটিপতি। কোটি টকা উপাৰ্জনৰ সম্বল ৰখা এই মুদ্ৰা নিশ্চিতভাৱে এক সাধাৰণ মুদ্ৰা নহয়

এই মুদ্ৰা ব্ৰিটিছ শাসনৰ সময়ৰ হ’ব লাগিব অৰ্থাৎ মুদ্ৰাটো ১৮৮৫ চনত মুকলি কৰা হ’ব লাগিব। যদি আপোনাৰ হাতত ১৮৮৫ চনত মুকলি কৰা ১ টকাৰ এই মুদ্ৰাটো আছে, তেন্তে আপুনি অনলাইন নিলামৰ জৰিয়তে যথেষ্ট উপাৰ্জন কৰিব পাৰে। অনলাইনত বিক্ৰী কৰি ইয়াৰ জৰিয়তে ৯.৯৯ কোটি টকালৈকে উপাৰ্জন কৰিব পাৰিব।

পুৰণি মুদ্ৰা বিক্ৰী কৰিবলৈ বা পুৰণি মুদ্ৰা ক্ৰয় কৰিবলৈ থকা অনলাইন প্লেটফৰ্ম ওএলএক্স এপত আপোনাৰ লগ ইন আইডি সৃষ্টি কৰি নিলামৰ বাবে ১ টকাৰ সেই বিশেষ মুদ্ৰাৰ এখন ছবি আপলোড কৰিব লাগিব, ইয়াৰ পিছত তাত পোষ্ট কৰিব লাগিব। এই টকাৰ বিক্ৰী মূল্যও উল্লেখ কৰিব লাগিব।


বহুতো এনে লোক আছে যিয়ে পুৰণি বস্তু সংৰক্ষণ কৰিবলৈ এনে সামগ্ৰী ক্ৰয় কৰে। এনেদৰে আপুনি পুৰণি মুদ্ৰাৰে যথেষ্ট অৰ্থ উপাৰ্জন কৰিব পাৰে। ইয়াৰ উপৰি বহু পুৰণি ৫ টকা আৰু ১০ টকাৰ মুদ্ৰা থাকিলেও কোটিপতি হোৱাৰ সুযোগ আছে।

আনহাতে ২০০২ চনত মুকলি কৰা বৈষ্ণোদেৱীৰ ছবিৰ সৈতে থকা ৫ টকা আৰু ১০ টকাৰ মুদ্ৰাও অনলাইন ৱেবছাইটত নিলাম কৰি উপাৰ্জন কৰিব পাৰে।

Post a Comment

0 Comments
close