Search Engines

নিৰ্ধাৰিত সময়তে অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, পৰীক্ষাৰ বাবে থাকিব বহু নীতি-নিয়ম

দেশত ভয়াৱহভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা । যাৰ বাবে বাতিল কৰা হৈছে CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষা ।

নিৰ্ধাৰিত সময়তে অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, পৰীক্ষাৰ বাবে থাকিব বহু নীতি-নিয়ম

দেশত ভয়াৱহভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা । যাৰ বাবে বাতিল কৰা হৈছে CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষা । দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ক্ষেত্ৰত জাৰি কৰা হৈছে স্থগিতাদেশ । কিন্তু CBSEৰ নিচিনাকৈ মেট্ৰিক পৰীক্ষা বাতিল কৰা সিদ্ধান্ত গ্ৰহণ কৰা নাই ছেবাই 

পূৰ্বৰ নিৰ্ধাৰিত সময়তে হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা । ৰাজ্যত কোভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি সিদ্ধান্ত হ'ব ৰাজ্যৰ শিক্ষা বিভাগে । কোভিডৰ বাবে এইবাৰ পৰীক্ষাকেন্দ্ৰত Z আৰু S পদ্ধতিত বহাব H.S পৰীক্ষাৰ্থীসকলক । যাৰ বাবে পূৰ্বতকৈ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বৃদ্ধি কৰিছে পৰীক্ষাকেন্দ্ৰ।

পৰীক্ষাৰ বাবে নতুন নিয়ম:


  1. পৰীক্ষাৰ বহীৰ মূল্যায়নৰ বাবে ৬ টা ভেন্যু, ৪৮ টাকৈ জ'ন ৰখা হৈছে ।
  2. কোভিড আক্ৰান্ত পৰীক্ষাৰ্থীৰ বাবে থাকিব সুকীয়াকৈ কোঠা l
  3. পৰীক্ষাকেন্দ্ৰত থকা নিৰীক্ষকে কোভিড টেষ্ট কৰাটো হ'ব বাধ্যতামূলক ।
  4. পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে মাস্ক পিন্ধাটো বাধ্যতামলক ।
  5. কোভিডৰ বাবে এইবাৰ পৰীক্ষাকেন্দ্ৰত Z আৰু S পদ্ধতিত বহাব H.S পৰীক্ষাৰ্থীসকলক ।

Post a Comment

0 Comments
close