Search Engines

এইপৰ্যন্ত ১৪টাকৈ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য!

বিয়লি ৩.৫৫ বজাতো এটা মৃদু ভুমিকম্পৰ জোকাৰণি অনুভূত হয়।

ৰাজ্যত ভূমিকম্পৰ জোকাৰণি । এই পৰ্যন্ত ১৪টাকৈ সৰু ডাঙৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য । শেহতীয়াকৈ অহা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলা । ৰিখটাৰ স্কেলত ৩.৫ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি যায় ৰাজ্য । ইফালে বিয়লি ৩.৫৫ বজাতো এটা মৃদু ভুমিকম্পৰ জোকাৰণি অনুভূত হয় । সেই ভূমিকম্পটোৰো অভিকেন্দ্ৰ আছিল শোণিতপুৰ ।


  • ৭.৫১ বজাত ৬.৪ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ ।

  • Earthquake in Assam


  • ৮.০৩ বজাত ৪.৭ প্ৰাৱল্যৰ দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি ।

  • ৮.১৩ বজাত ৪ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰিছিল ৰাজ্য  । অভিকেন্দ্ৰ শোণিতপুৰ ।

  • ৮.২৫ বজাত ৪ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ ।

  • ৮.২৫ বজাত ৩.৬ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ ।

  • ৮.৪৪ বজাত ৩.৬ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ ।

  • ৮.৪৪ বজাত ৩.৬ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ ।

  • ১০.০৫ বজাত ৩.২ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ নগাওঁ ।

  • ১০.২৯ বজাত ৩.৪ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ ।

  • ১০.৩৯ বজাত ৩.৪ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ ।

  • ১২.৩২ত ২.৯ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ মৰিগাওঁ ।

  • ২.৩৪ বজাত ৩.৪ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ ।

  • ৩.৫৫ বজাত ২.৯ প্ৰাৱল্যৰ ভূমিকম্প। অভিকেন্দ্ৰ শোণিতপুৰ ।
Tags

Post a Comment

0 Comments
close