চুৰি কৰিবলৈ আহি লেপটপত পৰ্ণ ভিডিও চাই কৰিলে হস্তমৈথুন! বীৰ্য পৰীক্ষা কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চোৰক

Search Engines

চুৰি কৰিবলৈ আহি লেপটপত পৰ্ণ ভিডিও চাই কৰিলে হস্তমৈথুন! বীৰ্য পৰীক্ষা কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চোৰক

আচৰিত ঘটনা ! কেলিফৰ্ণীয়াত সংঘটিত হৈছে এই ঘটনা । ২২ বছৰীয়া এজন যুৱকে দুৱাৰ ভাঙি তিনিগৰাকী মহিলা থকা এটা ঘৰত প্ৰৱেশ কৰাৰ লগতে মহিলাকেইগৰাকীয়ে ব্যৱহাৰ কৰা লেপটপত পৰ্ণ ভিডিও ডাউনলোড কৰি চালে। আনকি লেপটপৰ ওপৰতে কৰে হস্তমৈথুন ।

চুৰি কৰিবলৈ আহি লেপটপত পৰ্ণ ভিডিও চাই কৰিলে হস্তমৈথুন! বীৰ্য পৰীক্ষা কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চোৰক



LadBible Reportৰ মতে, ২০১৮ চনতে এই ঘটনা সংঘটিত হৈছিল । জনাথন জোচ ৰুইজে দৰ্জা ভাঙি ঘৰটোৰ ভিতৰলৈ প্ৰৱেশ কৰিছিল । লেপটত পৰ্ণ চাই হস্তমৈথুন কৰাৰ লগতে তিনিওগৰাকী যুৱতীৰ আণ্ডাৰৱেৰ চোৰ কৰিছিল । আনকি আনি থোৱা গাখীৰৰ লগে অন্যান্য খাদ্য সামগ্ৰীও লণ্ডভণ্ড কৰিছিল ।

পিছত ঘটনাৰ সন্দৰ্ভত জানিব পাৰি যুৱতী তিনিগৰাকী আৰক্ষীৰ কাষ চাপে । আৰু আৰক্ষীয়ে ঘৰটোত তালাচী চলোৱাৰ সময়তে লেপটপৰ ওপৰত জনাথনে পেলাই থৈ যোৱা বীৰ্য প্ৰত্যক্ষ কৰে। আৰু বীৰ্যৰ ডিএনএ টেষ্টৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে জনাথনক । প্ৰথম অৱস্থাত তিনি বছৰলৈ আৰক্ষীয়ে জনাথনক কাৰাদণ্ডৰ শাস্তি বিহিছিল যদিও এতিয়া শাস্তিৰ ম্যাদ ৬ বছৰলৈ বৃদ্ধি কৰিছে ।
Tags

Post a Comment

0 Comments
close