Covid-19 in Assam:
বিগত ২৪ ঘণ্টাত ৰাজ্যত ৫ সহস্ৰাধিক লোক Covid-19ত আক্ৰান্ত , ৪৭জনৰ মৃত্যু
ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা প্ৰতিদিনেই বৃদ্ধি হ'বলৈ লৈছে । শুকুৰবাৰৰ দিনটোত ৰাজ্যত ক'ৰোনাত আক্ৰান্ত হয় ৫৬২৬জন লোক । বিপৰীতে ৪৭ জন ক'ভিড আক্ৰান্তৰ মৃত্যু হয় ।
বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত ১৫৫১দজন লোক ক'ৰোনাত আক্ৰান্ত হয় । শুকুৰবাৰে মুঠ ৬৮,৩১৮জন লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল । দিনটোত আক্ৰান্তৰ হাৰ হৈছে ৮.২৪ শতাংশ । সম্প্ৰতি ৰাজ্যখনত আৰোগ্যৰ হাৰ হৈছে ৮৬.৯১ শতাংশ ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )