Ads Area

১৬মে’ ১২ বজাৰ পৰা সান্ধ্য আইন সমগ্ৰ ৰাজ্যত


সমগ্ৰ ৰাজ্যত ১৬মে’ ১২ বজাৰ পৰা সান্ধ্য আইন। কালিৰে পৰা ৰাজ্যত নতুন সান্ধ্য আইনৰ নিয়ম। এতিয়াৰে পৰা ৰাজ্যত ২ বজাৰ পৰা নহয়, ১২ বজাৰ পৰা সান্ধ্য আইন। দিনৰ ১১ বজাতে বন্ধ কৰিব লাগিব সকলো দোকান পোহাৰ ।


১৬ মে’ দেওবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি চৰকাৰৰ ফলাৰ পৰা। ৰাজ্যত দিনে দিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই এই নিৰ্দেশনা জাৰি প্ৰশাসনৰ। সচিব জিষ্ণু বৰুৱা স্বাক্ষৰিত এই নিৰ্দেশনা আজি বিয়লি প্ৰকাশ পায় ।

এইবাৰ আৰু অধিক কঠোৰ হব নিয়ম। ৰাজ্যৰসকলো প্ৰান্ততে এইবাৰ একেই নিয়ম প্ৰজোয্য হব।

বাহন চলাচলৰ ক্ষেত্ৰত যুগ্ম-অযুগ্মৰ ব্যৱস্থা বাহাল থাকিব ।



Post a Comment

2 Comments
  1. Very bad, that's mean if I want to buy something my self-help I have to go before 12.00pm .oh no!

    I respect this this site's ower/author or reader's. PB Center posts are really motivated 👍

    Hello! reader's I'm currently working for this blog site,Called
    CNF-CRYPTO NEWS FINANCE. I always post something new and Lageitment thought. Please visit this site also 🤗You never going bored. Thank you happy reading.🤗
    https://cryptonewsf.blogspot.com/?m=1

    ReplyDelete

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )

close