Search Engines

কণ্ডমৰ বিক্ৰী হোৰাহোৰে বাঢ়িছে l টিকাকৰণৰ পিছতে বাঢ়িছে বিক্ৰী ! কি কৈছে সমীক্ষাই ?

কণ্ডমৰ বিক্ৰী হোৰাহোৰে বাঢ়িছে l   টিকাকৰণৰ পিছতে বাঢ়িছে বিক্ৰী ! কি কৈছে সমীক্ষাই ?

কণ্ডমৰ বিক্ৰী হোৰাহোৰে বাঢ়িছে l   টিকাকৰণৰ পিছতে বাঢ়িছে বিক্ৰী ! কি কৈছে সমীক্ষাই ?

ভাৰতবৰ্ষতো  বৰ্তমান সময়ত কণ্ডমৰ বিক্ৰী বাঢ়িছে বুলি জনাইছে কম্ডম নিৰ্মাতা সংস্থাসমূহে।

বিগত বছৰ বিশ্বজুৰি কণ্ডমৰ বিক্ৰী হ্ৰাস পাইছিল । কিন্তু সম্প্ৰতি আকৌ হোৰাহোৰে বাঢ়িছে কণ্ডমৰ চাহিদা । কোৰোণাই মানুহৰ  স্বাভাৱিক যৌন জীৱন কাঢ়ি নিছিল । বিভিন্ন দেশৰ টিকাকৰণ আৰম্ভ হোৱাৰ পিছতে সেই ভয়ৰ পৰা মুক্ত হৈছিল মানুহ । আৰু তাৰ ফলতেই বৰ্তমান কণ্ডমৰ বিক্ৰী প্ৰায় দুগুণ হৈ গৈছে বিগত বছৰৰ তুলনাত । বিশ্বৰ আগশাৰীৰ কণ্ডম বিক্ৰেতা সংস্থাৰ তৰফৰ পৰা জনোৱা মতে, চীন, আমেৰিকা আৰু ইউৰোপত বিপুল হাৰত বাঢ়িছে কণ্ডমৰ বিক্ৰী । বিশেষ কৈ ইটালী, ব্ৰিটেইন, আমেৰিকাত কোৰোণাই ভয়ংকৰ ৰূপ লৈছিল কোৰোণাই । ফলত বিগত বছৰত এই সমূহ দেশত কণ্ডমৰ চাহিদা প্ৰায় নাইকীয়া হৈ গৈছিল ।

কণ্ডমৰ বিক্ৰী হোৰাহোৰে বাঢ়িছে l   টিকাকৰণৰ পিছতে বাঢ়িছে বিক্ৰী ! কি কৈছে সমীক্ষাই ?


সেইদৰে ভাৰতবৰ্ষতো  বৰ্তমান সময়ত কণ্ডমৰ বিক্ৰী বাঢ়িছে বুলি জনাইছে কম্ডম নিৰ্মাতা সংস্থাসমূহে ।
Tags

Post a Comment

0 Comments
close