Ads Area

PM Awas Yojana: ২০২২-২৩ প্ৰধানমন্ত্ৰী আৱাস যোজনা তালিকা প্ৰকাশ, এনেদৰে নিজৰ নামটো পৰীক্ষা কৰক

PM Awas Yojana List 2022: 

কম উপাৰ্জনকাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল এই পদক্ষেপ । দেশৰ দুখীয়াৰ পৰা মধ্যবিত্ত শ্ৰেণীলৈ আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা । এই প্ৰকল্পৰ জৰিয়তে চৰকাৰে কম খৰচত দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক ঘৰ-দুৱাৰ প্ৰদান কৰে । কেন্দ্ৰই এই আঁচনিৰ জৰিয়তে একাউণ্টলৈ ধন প্ৰেৰণ কৰে । সমতল অঞ্চলত এটা ঘৰ নিৰ্মাণৰ বাবে ১.২০ লাখ টকা আৰু পাহাৰীয়া অঞ্চলত এটা ঘৰ নিৰ্মাণৰ বাবে ১.৩০ লাখ টকা ।

প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, PM awas Youjana


Pradhan Mantri Awas Yojana:

যদি আপুনিও এই আঁচনিৰ বাবে আবেদন কৰিছে তেন্তে পলম নকৰিব । ২০২২-২৩ বৰ্ষৰ নতুন তালিকা প্ৰকাশ কৰা হৈছে । এই তালিকাত আপোনাৰ নাম পৰীক্ষা কৰিবলৈ এই প্ৰক্ৰিয়া অনুসৰণ কৰক ।

How To Check PM Awas Yojana List ২০২২- ২০২০


১/ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ২০২২ৰ তালিকা চাবলৈ https://pmayg.nic.in/netiay/home.aspx ৱেবচাইটত ক্লিক কৰক ।


২/ এই ৱেবচাইটত Awaassoft option ত ক্লিক কৰক ।


৩/ ইয়াত Report অপচনত ক্লিক কৰক ।


৪/ Report অপচনত ক্লিক কৰিলে আপোনাৰ বাবে এটা নতুন পেজ খোল খাব । ইয়াত থকা H অংশটোত ক্লিক কৰক ।


৫/ ইয়াৰ পিছত ইয়াত ভেৰিফিকেচন কৰিব লাগিব ।


৬/ তাৰ বাবে আপোনাৰ ৰাজ্য, জিলা, ব্লক । গাওঁ আদিৰ সবিশেষ পূৰণ কৰিব লাগিব ।


৭/ ইয়াৰ পিছত submit option ত ক্লিক কৰিব লাগিব ।


৮/ ইয়াৰ পিছত আপুনি PM Awas Yojana Rural 2022 ৰ সম্পূৰ্ণ তালিকা দেখিব ।


৯/ এই তালিকাত আপুনি পৰীক্ষা কৰক যে আপোনাৰ নাম হিতাধিকাৰীৰ তালিকাত আছে নে নাই ।

How To Apply PM Awas Yojana :



প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সুবিধা লবলৈ চৰকাৰে সৃষ্টি কৰিছে ৩ খন আয়ৰ ফলক ।
  1. প্ৰথম শ্ৰেণীত সেইসকল লোকক অন্তৰ্ভুক্ত কৰা হয়, যাৰ আয় বছৰি ৩ লাখতকৈ কম
  2. দ্বিতীয় শ্ৰেণীত সেইসকল লোক আছে যাৰ আয় ৩ৰ পৰা ৬ লাখ টকাৰ ভিতৰত ।
  3. তৃতীয় শ্ৰেণীত সেইসকল ব্যক্তি আছে যাৰ আয় ৬ৰ পৰা ১২ লাখৰ ভিতৰত ।


অধিক জানিবলৈ অফিচিয়েল ৱেবছাইট চাওক ।

Post a Comment

0 Comments
close