Ads Area

ৰাষ্ট্ৰীয় ক্ৰীড়াত অম্লান বৰগোহাঁইৰ দ্বিতীয়টো স্বৰ্ণপদক, ৰূপৰ পদক অৰ্জন হিমা দাসৰ

০০:২০:৫৫ ছেকেণ্ডেৰে ২০০ মিটাৰত অম্লানৰ স্বৰ্ণপদক লাভ ।

গুজৰাটত চলি থকা ৰাষ্ট্ৰীয় ক্ৰীড়াত অম্লান বৰগোহাঁইৰ দ্বিতীয়টো স্বৰ্ণপদক লাভ । পুৰুষৰ এশ মিটাৰৰ পিছত এইবাৰ দুশ মিটাৰত স্বৰ্ণপদক অৰ্জন অম্লান বৰগোহাঁইৰ । ০০:২০:৫৫ ছেকেণ্ডেৰে ২০০ মিটাৰত অম্লানৰ স্বৰ্ণপদক লাভ ।

Hima Das


আনহাতে, ৰাষ্ট্ৰীয় ক্ৰীড়াৰ মহিলাৰ ২০০ মিটাৰত ৰূপৰ পদক অৰ্জন কৰে হিমা দাসে ।০০:২৩:৬১ ছেকেণ্ড সময়েৰে ৰূপৰ পদক লাভ কৰে হিমা দাসে ।
Tags

Post a Comment

0 Comments
close