Ads Area

১৭ তাৰিখে কৃষকৰ একাউণ্টলৈ আহিব ২০০০ টকাকৈ, চৰকাৰে জাৰি কৰিলে ন’টিফিকেচন

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল । এই আঁচনিৰ উদ্দেশ্য হৈছে দেশৰ সকলো কৃষক পৰিয়ালক সাহায্য প্ৰদান কৰা ।

এই আঁচনিৰ জৰিয়তে, প্ৰতি বছৰে ৬০০০ টকাৰ ধনৰাশি চাৰিটা কিস্তিৰ জৰিয়তে পোনে পোনে হিতাধিকাৰীৰ একাউণ্ট ট্ৰান্সফাৰ কৰা হয়। এটা বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী কিষাণৰ কিস্তি তিনিবাৰ জমা কৰা হয়। প্ৰথমটো এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰত, দ্বিতীয়টো আগষ্টৰ পৰা নৱেম্বৰৰ ভিতৰত আৰু তৃতীয়টো ডিচেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত ট্ৰান্সফাৰ কৰা হয়।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা (PM Kisan Samman Nidhi Yojana)ৰ জৰিয়তে কৃষকৰ একাউণ্টত শীঘ্ৰে পৰৱৰ্তী কিস্তিৰ ধন সোমাব । যদি আপুনিও ১২সংখ্যক কিস্তিৰ অপেক্ষাত আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ । কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ে এক বিবৃতিত কয় যে মোদী চৰকাৰে কৃষকৰ একাউণ্টত ১৭ অক্টোবৰত প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ জৰিয়তে ১০ কোটিৰো অধিক কৃষকৰ বাবে ১৬,০০০ কোটি টকা মুকলি কৰিব ।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল । এই আঁচনিৰ উদ্দেশ্য হৈছে দেশৰ সকলো কৃষক পৰিয়ালক সাহায্য প্ৰদান কৰা ।

এই আঁচনিৰ জৰিয়তে, প্ৰতি বছৰে ৬০০০ টকাৰ ধনৰাশি চাৰিটা কিস্তিৰ জৰিয়তে পোনে পোনে হিতাধিকাৰীৰ একাউণ্ট ট্ৰান্সফাৰ কৰা হয় । এটা বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী কিষাণৰ কিস্তি তিনিবাৰ জমা কৰা হয় । প্ৰথমটো এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰত, দ্বিতীয়টো আগষ্টৰ পৰা নৱেম্বৰৰ ভিতৰত আৰু তৃতীয়টো ডিচেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত ট্ৰান্সফাৰ কৰা হয় ।

Post a Comment

0 Comments
close