Ads Area

শিক্ষা বিভাগৰ ডাঙৰ সিদ্ধান্ত ! পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীত দিব লাগিব এই পৰীক্ষা

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীত ছাত্ৰ–ছাত্ৰীয়ে অৱতীৰ্ণ হ’ব লাগিব এটা চূড়ান্ত পৰীক্ষাত । 

education news


যদি সেই পৰীক্ষাত কিবা কাৰণত উত্তীৰ্ণ নহয় তেন্তে দুমাহৰ পিছত পুনৰ দিব লাগিব এটা বিশেষ পৰীক্ষা । সেই বিশেষ পৰীক্ষাত উত্তীৰ্ণ হ’লেহে পঢ়িব পাৰিব পৰৱৰ্তী শ্ৰেণীত ।

Post a Comment

0 Comments
close