ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । পঞ্চম শ্ৰেণী আৰু অষ্টম শ্ৰেণীত ছাত্ৰ–ছাত্ৰীয়ে অৱতীৰ্ণ হ’ব লাগিব এটা চূড়ান্ত পৰীক্ষাত ।
যদি সেই পৰীক্ষাত কিবা কাৰণত উত্তীৰ্ণ নহয় তেন্তে দুমাহৰ পিছত পুনৰ দিব লাগিব এটা বিশেষ পৰীক্ষা । সেই বিশেষ পৰীক্ষাত উত্তীৰ্ণ হ’লেহে পঢ়িব পাৰিব পৰৱৰ্তী শ্ৰেণীত ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )