Ads Area

অসমৰ মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচী


বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচীৰ অধীনত যোগ্য হিতাধিকাৰীসকলক তলত দিয়া সুবিধাসমূহ প্ৰদান কৰা হ'ব বিনামূলীয়াকৈ : 
  • বিনামূলীয়া চিটি স্কেন সেৱা ।
  • বিনামূলীয়া এক্স-ৰে সেৱা ।
  • বিনামূলীয়া পৰীক্ষাগাৰ সেৱা যেনে- ৰক্ত পৰীক্ষা, ইমেজিং স্কেন ইত্যাদি ।
diabetes symptoms

আচঁনিৰ নামঅসমৰ মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচী ।
আৰম্ভনি১১ মে ২০১৭।
সুবিধাবিনামূলীয়া চিটি স্কেন সেৱা । বিনামূলীয়া এক্স-ৰে সেৱা ।
বিনামূলীয়া লেবৰেটৰী সেৱা‌ ।
হিতাধিকৰিঅসমৰ জনসাধাৰণ ।
ন'ডেল বিভাগঅসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ ।
চাবস্ক্ৰাইব আচঁনিনিয়মীয়াকৈ আপডেট লাভ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচী চাবস্ক্ৰাইব কৰক ।
কেনেকৈ আৱেদন কৰিবচৰকাৰী চিকিৎসালয় বা অনুমোদিত ৰোগ নিৰ্ণয় কেন্দ্ৰলৈ যাব লাগিব।

ভূমিকা

মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচী হৈছে অসমৰ জনসাধাৰণৰ বাবে অসম চৰকাৰৰ স্বাস্থ্যসেৱা কাৰ্যসূচী । ২০১৭ চনৰ ১১ মে'ত ইয়াক আৰম্ভ কৰা হৈছিল । মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচী মূল উদ্দেশ্য হৈছে বিনামূলীয়াকৈ অসমৰ জনসাধাৰণক উন্নত মানৰ ৰোগ নিৰ্ণয় সেৱা প্ৰদান কৰা । এই আঁচনিৰ ন'ডেল বিভাগ হল অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ । অসমৰ মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচীৰ অধীনত অসম চৰকাৰে তলত উল্লেখ কৰা ৰোগৰ সেৱা বিনামূলীয়াকৈ প্ৰদান কৰিব :
You May Apply :-----
  • বিনামূলীয়া চিটি স্কেন সেৱা ।
  • বিনামূলীয়া এক্স-ৰে সেৱা ।
  • বিনামূলীয়া পৰীক্ষাগাৰ সেৱা যেনে- ৰক্ত পৰীক্ষা, ইমেজিং স্কেন ইত্যাদি ।
কোনো ব্যক্তিৰ পৰা তেওঁলোকৰ আয়ৰ ওপৰত নিৰ্ভৰ কৰি কোনো ধন লোৱা নহ'ব । মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচীৰ অধীনত অসমৰ প্ৰতিজন লোকে এপিএল (APL) বা বিপিএল (BPL)  হওক বিনামূলীয়া ৰোগ নিৰ্ণয় সেৱা লাভ কৰিবলৈ যোগ্য হব ।
এই আঁচনিৰ অধীনত ৫৬ টাতকৈ অধিক লেবৰেটৰী পৰীক্ষাৰ সংখ্যা উপলব্ধ আছে । মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচীৰ অধীনত এইচএলএল (HLL) লাইফকেয়াৰ লিমিটেডে সেৱা আগবঢ়াইছে । এতিয়ালৈকে এই আঁচনিৰ অধীনত ৬৪ লাখতকৈও অধিক ৰোগীয়ে বিনামূলীয়াকৈ ৰোগৰ চিকিৎসাৰ সুবিধা লাভ কৰিছে । বিনামূলীয়া ৰোগ চিকিসাৰ সেৱাৰ সুবিধা লাভ কৰিবলৈ হিতাধিকাৰীয়ে যিকোনো চৰকাৰী চিকিৎসালয় বা অনুমোদিত ৰোগ নিৰ্ণয় কেন্দ্ৰলৈ নিম্নলিখিত যিকোনো পৰিচয় প্ৰমাণপত্ৰৰ সৈতে যাব লাগিব : প্ৰথমত তেওঁ এজন অসমৰ বাসস্থান হ'ব লাগিব । ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স এইসমূহ নথি-পত্ৰত লগত থাকিবলৈ লাগিব ।

সুবিধাসমূহ

অসম চৰকাৰৰ মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচীৰ অধীনত যোগ্য হিতাধিকাৰীসকলক তলত দিয়া সুবিধাসমূহ প্ৰদান কৰা হ'ব : 
  • বিনামূলীয়া চিটি স্কেন সেৱা ।
  • বিনামূলীয়া এক্স-ৰে সেৱা ।
  • বিনামূলীয়া পৰীক্ষাগাৰ সেৱা যেনে- ৰক্ত পৰীক্ষা, ইমেজিং স্কেন ইত্যাদি ।

যোগ্যতাৰ চৰ্তসমূহ

হিতাধিকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব । সকলো বয়সৰ উপভোক্তাই এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে ।

কেনেদৰে আবেদন কৰিব

অসম চৰকাৰৰ মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচীৰ সুবিধা লাভ কৰিবলৈ হিতাধিকাৰীয়ে কোনো ঠাইত আবেদন কৰাৰ প্ৰয়োজন নাই । হিতাধিকাৰীসকলে তলত উল্লেখ কৰা স্থানসমূহলৈ গৈ বিনামূলীয়াকৈ এক্স-ৰে, চিটি স্কেন আৰু লেবৰেটৰী সেৱা লাভ কৰিব পাৰে :
  • জিলা চিকিৎসালয় ।
  • চৰকাৰী সাহায্যপ্ৰাপ্ত চিকিৎসালয় ।
  • চৰকাৰী এমপেনেল্ড চিকিৎসালয় ।
  • পাবলিক হেলথ চেন্টাৰ ।
  • কমিউনিটি হেলথ চেন্টাৰ ।
  • অনুমোদিত ৰোগ নিৰ্ণয় কেন্দ্ৰসমূহ ।
এপ্লিকেচন ফৰ্মখন পূৰণ কৰক আৰু প্ৰয়োজনীয় নথিপত্ৰসমূহ যুক্ত কৰক ।
প্ৰাৰম্ভিক পৰীক্ষণৰ পিছত, বিনামূলীয়া ৰোগ নিৰ্ণয় পৰীক্ষা কৰা হ'ব যাৰ বাবে ৰোগীয়ে কোনো মূল্য দিব নালাগে ।

যোগাযোগৰ বিৱৰণ

অসম স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ হেল্পডেস্ক ইমেইল : hlahealthassam@gmail.com.
hlbhealthassam@gmail.com.

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ,
প্ৰতিষ্ঠান শাখা (স্বাস্থ্য-A আৰু স্বাস্থ্য-B),
ব্লক ডি (গ্ৰাউণ্ড ফ্লৰ), অসম সচিবালয়,
দিছপুৰ, গুৱাহাটী,
৭৮১০০৬.

গুৰুত্বপূৰ্ণ লিংক

↪️ অসমৰ মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচী পৰ্টেল ।
↪️ অসম স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ ।
↪️ অসমৰ মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচী গাইডলাইন ।

Post a Comment

0 Comments
close