পৃথিৱীৰ এটি প্ৰাচীন সভ্যতা-সিন্ধু সভ্যতা
EXERCISE QUESTION ANSWER
ক) মহেঞ্জদাৰোত আৱিষ্কাৰ হোৱা ভগ্নাৱেশবিলাকৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য নিদৰ্শনটি কি ?
উত্তৰঃ মহেঞ্জদাৰোত আবিষ্কৃত হোৱা ভগ্নাৱশেষবিলাকৰ ভিতৰত আটাইতকৈ উল্লেখনীয় নিদৰ্শনটি হৈছে ৰাজহুৱা স্নানাগাৰ বা গা ধোৱা ঘৰ ।

খ) সিন্ধু উপত্যকাত আৱিষ্কাৰ হোৱা ঘৰবোৰৰ প্ৰধান ভাগ কেইটা কি কি ?
উত্তৰঃ সিন্ধু উপত্যকাত আৱিষ্কাৰ হোৱা ঘৰবোৰৰ প্ৰধান ভাগ তিনিটা । সেই কেইটা হ'ল
১) মানুহ থকা ঘৰ ।
২) ৰাজহুৱা স্নানাগাৰ বা গা ধোৱা
৩) ডাঙৰ অট্টালিকা ।

গ) হৰপ্পাত আৱিষ্কাৰ হোৱা ঘৰবিলাকৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ ঘৰ আছিল ?
উত্তৰঃ হৰপ্পাত আৱিষ্কাৰ হোৱা ঘৰ বিলাকৰ ভিতৰত আটইতকৈ ডাঙৰ ঘৰটো এটা শস্যৰ ভৰাল । (দীঘ ১৬৭ ফুট প্ৰস্থ ১৩৫ ফুট)

ঘ) 'কুঁজ থকা বলধৰ চিহ্ন' সিন্ধু সভ্যতাত আৱিষ্কাৰ হোৱা কি বস্তত বেছিকৈ দেখিবলৈ পোৱা যায় ?
উত্তৰঃ 'কুঁজ থকা বলধৰ চিহ্ন' সমূহ সিন্ধু সভ্যতাত আৱিষ্কাৰ হোৱা মোহৰ সমূহত বেছিকৈ দেখিবলৈ পোৱা যায় ।

২। খালী ঠাই পূৰ কৰাঁ।
ক) সিন্ধু নদীৰ পাৰত সিন্ধু সভ্যতা উদ্ভৱ হৈছিল ।
খ) ইৰাকৰ পুৰণি নামটো মেছ'পটেমিয়া ।
গ) সিন্ধু সভ্যতাৰ 'ৰাজহুৱা স্নানাগাৰ' টো হৰপ্পা নগৰত আৱিষ্কাৰ হৈছিল ।

৩। শুদ্ধ নে অশুদ্ধ লিখাঁ।
( ক ) সিন্ধু উপত্যকাবাসীয়ে লােৰ ব্যৱহাৰ জানিছিল ।
উত্তৰঃ অশুদ্ধ ।
উত্তৰঃ অশুদ্ধ ।
( খ ) হৰপ্পা আৰু মহেঞ্জদাৰাে বর্তমান বাংলাদেশৰ অন্তৰ্গত ।
উত্তৰঃ অশুদ্ধ ।
উত্তৰঃ অশুদ্ধ ।
( গ ) মায়া আৰু ইন্কা সভ্যতা নদীৰ পাৰত গঢ় লৈ উঠা নাই ।
উত্তৰঃ শুদ্ধ ।
উত্তৰঃ শুদ্ধ ।
( ঘ ) সিন্ধু সভ্যতাত মৃতদেহ দাহ কৰা হৈছিল ।
উত্তৰঃ শুদ্ধ।
উত্তৰঃ শুদ্ধ।
( ঙ ) সিন্ধু সভ্যতাৰ যুদ্ধৰ সা - সঁজুলিবােৰ বগীতামেৰে নির্মিত আছিল।
উত্তৰঃ অশুদ্ধ ।
উত্তৰঃ অশুদ্ধ ।
৪। চমুটোকা লিখা ।
(ক) সিন্ধু উপত্যকাৰ মানুহৰ জীৱন - নির্বাহৰ উপায় ।
উত্তৰঃ পশুপালন আৰু কৃষিৰ উপৰিও সিন্ধু উপত্যকাৰ মানুহে কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, কাৰিকৰ আদি বৃত্তি জীৱন নিৰ্বাহৰ উপায় হিচাপে গ্ৰহণ কৰিছিল। ব্যৱসায়ী আৰু বনুৱা হিচাপেও অনেক লোকে জীৱন নিৰ্বাহ কৰিছিল ।

(খ) সিন্ধু উপত্যকাৰ মানুহৰ বেপাৰ - বাণিজ্য ।
উত্তৰঃ সিন্ধু উপত্যকাৰ ব্যৱসায়ীসকলে কেঁচা সামগ্ৰী যেনে ধাতু, বিভিন্ন প্ৰকাৰৰ মুক্তা আদি আন ঠাইলৈ ৰপ্তানি কৰি পঠিয়াইছিল । ইয়াৰ উপৰিও, তেওঁলোকে বস্ত্ৰ, পাত্ৰ, মাটিৰ পুতলা, মুক্তা আৰু খাদ্য সামগ্ৰীৰ ৰপ্তানি কৰা হৈছিল ।

( গ ) সিন্ধু উপত্যকাৰ নগৰসমূহৰ গঠন - প্রণালী ।
উত্তৰঃ সিন্ধু সভ্য়তাৰ নগৰৰ ভগ্নাৱশেষক আজিকালিৰ এখন নগৰৰ তুলনাত তুলনা কৰিব পাৰি । এই নগৰৰ ৰাজআলিবোৰ আছিল পোন আৰু আঙল-বহল । আলিবাটবোৰেদি যান-বাহন অহা-যোৱা কৰাৰ সুচল ব্য়ৱস্থা নাছিল । আলিবাটবোৰ ৯ ফুটৰ পৰা ৩৪ ফুট পৰ্যন্ত বহল আছিল । আলিবাটবোৰে সমান্তৰালভাৱে নগৰখনৰ ইটো মূৰৰপৰা সিটো মূৰক চুইছিল আৰু লম্বভাৱে কটাকটি কৰি নগৰখনক ইটি মূৰৰপৰা সিটো মূৰক চুইছিল আৰু লম্বভৱে কটাকটি কৰি নগৰখনক কেইবাটাও সমান ভাগক ভাগ কৰিছিল । এি সমান ভাগ বিলাকৰ মাজেদি যোৱা সৰু সৰু ভাগবিলাকক আকৌ সৰু সৰু ভাগত বিভক্ত কৰি সজা হৈছিল ।

( ঘ ) সিন্ধু উপত্যকাৰ সভ্যতাত ধাতুৰ ব্যৱহাৰ ।
উত্তৰঃ সিন্ধু উপত্যকাৰ ধাতুৰ ব্যৱহাৰ আছিল । কুঠাৰ, যাঠি, দা আৰু ঢাল বগীতামেৰে নিৰ্মিত কিছুমান দস্তা, তাম, সিহ আদি ধাতুৰ আছিল । কাঁহৰো প্ৰচলন আছিল । কিন্তু লো-ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা নাযায় ।

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )