JioPhone 5 under works: Expected price is under Rs 500


JioPhone 5 under works:
Relaince Jio Phone 5 নতুন
 সংস্কৰনৰ কাম কৰি আছে । যা মূল্য আগৰ জিও ফোনৰ মূল্যৰ তুলনাত বহুতো সস্তা হব বুলি আশা কৰা হৈছে । 
Jio Phone 5
Jio Phone 5


Jio Phone 5 : এই Phone টো বজাত মোকলি কৰা কাৰণ এটাই, যি গাঁৱত থকা লোক সকল বিশেষ কৈ গাঁৱৰ মহিলা সকলৰ সহায়ৰ উদ্দেশ্যে এই 

Jio Phone 5 মোকলি কৰিছে । কাৰণ বিশেষ কৈ গাঁৱত Network য়ে বহুতো অসুবিধা কৰে । যাৰ ফলত বহুতো লোকে নিজৰ ল’ৰা-ছোৱালী বা অন্য পৰিয়ালৰ লোক সকলৰ সৈতে কথা পাতিব লৈ অসুবিধাৰ সন্মুখীন হয় । সেইবাবে Jio নতুনকৈ মোকলি কৰিছে Jio Phone 5  ।

আৰু এই Phone ৰ মূল্য ৫০০ টকা তলত হব । যাৰ ফলত গাঁৱৰ বহুতো লোকে Phone টো কিনিবলৈ পাৰিব ।


JIO PHONE5 SPECULATIONS : 
Jio Phone 5  আগৰ Jio Phone ৰ Lite Version . এই Phone ত আপোনাৰ লোকে ৪ জি নেটৱৰ্কৰ লগতে Volte সুবিধা লাভ কৰিব পাৰিব । Jio এই Phone ৰ বাবে নতুনকৈ এটা ৰিচাৰ্ছ Plan মোকলি কৰিব । মাত্ৰ ৫০ টকাত ২৮ দিনৰ বাবে ভেলিডিতি পাব আৰু Jio টো Jio Unlimited কথা পাতিব পাৰিব । লগতে এই Phone ত Facebook আৰু Whatsapp ৰ সুবিধাও লাভ কৰিব পাৰিব ।

(adsbygoogle = window.adsbygoogle || []).push({});




JIOPHONE 5 EXPECTED LAUNCH DATE

JioPhone 5 के लिए अभी तक कोई लॉन्च तिथि ज्ञात नहीं है। हालाँकि, Jio इसे Jio स्मार्टफोन के साथ बाद में या शायद अगले साल घोषित कर सकता है। Jio ने हाल ही में घोषणा की थी कि उसकी टचस्क्रीन और एंड्रॉइड OS के साथ एक किफायती 4G स्मार्टफोन आने की योजना है।




Leave a Comment