CMAAA 3.0 Apply Online 2027: জানুৱাৰীৰ পৰা আবেদন আৰম্ভ হ’ব
CMAAA 3.0 Apply Online 2027: অসমৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (Chief Minister’s Atmanirbhar Asom Abhijan)ৰ তৃতীয় পৰ্যায় অৰ্থাৎ CMAAA 3.0-ৰ জৰিয়তে নতুনকৈ ৫০,০০০ যুৱক-যুৱতীক সামৰি লোৱাৰ কথা ঘোষণা কৰা হৈছে। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে যুৱক-যুৱতীসকলক স্বাৱলম্বী হ’বলৈ আৰু নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ উৎসাহিত কৰা। শেহতীয়া সংবাদ প্ৰতিবেদন … Read more