ASHA Worker Recruitment 2026: 23 Posts in Chenga BPHC, Barpeta, Apply by 7 November

অসমৰ মহিলাসকলৰ বাবে আহিছে এক নতুন চাকৰিৰ সুযোগ। বৰপেটা জিলাৰ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ (Chenga Block Primary Health Centre) অধীনত খালী হৈ থকা ASHA Worker (আশা কৰ্মী) পদত নিযুক্তিৰ বাবে চৰকাৰী বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।

এই নিযুক্তিৰ বাবে যোগ্য মহিলা প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। বিজ্ঞপ্তি অনুসৰি চেঙা BPHC-ৰ অধীনৰ মুঠ ২৩খন গাঁওত খালী হৈ থকা আশা কৰ্মীৰ পদসমূহ পূৰণ কৰা হ’ব।

এই নিযুক্তিৰ বাবে কোনে আবেদন কৰিব পাৰিব, শিক্ষাগত অৰ্হতা কি লাগিব, কেনেকৈ আবেদন কৰিব লাগিব আৰু কোন কোন গাঁৱত পদ খালী আছে, সেই সকলো তথ্য তলত উল্লেখ কৰা হৈছে।

ASHA Worker Recruitment 2026

Assam ASHA Recruitment 2026 Overview:

#simple_table {
font-family: arial, sans-serif;
border-collapse: collapse;
width: 100%;
background-color: #ffffff;
color:black;
}
#simple_table td, #simple_table th {
text-align: left;
padding: 8px;
border: 1px solid #808080;
}
#simple_table tr:nth-child(even) {
background-color: #dddddd;
}
#simple_table tr:hover {
background-color: #ffff99;
}

নিযুক্তি বিভাগ: Government of Assam
পদৰ নাম: ASHA Worker (আশা কৰ্মী)
স্বাস্থ্য কেন্দ্ৰ: Chenga Block Primary Health Centre
জিলা: Barpeta, Assam
মুঠ গাঁও: ২৩খন
আবেদনকাৰী: কেৱল মহিলা প্ৰাৰ্থী
শিক্ষাগত অৰ্হতা: HSLC / Class 10 Pass
বয়স: ২৫ৰ পৰা ৪৫ বছৰ
আবেদনৰ মাধ্যম: Offline
বিজ্ঞপ্তিৰ তাৰিখ: ৩০ অক্টোবৰ ২০২৬

Educational Qualification (শিক্ষাগত অৰ্হতা)

ASHA Worker পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীয়ে তলত উল্লেখ কৰা অৰ্হতাসমূহ পূৰণ কৰিব লাগিব।

#simple_table {
font-family: arial, sans-serif;
border-collapse: collapse;
width: 100%;
background-color: #ffffff;
color:black;
}
#simple_table td, #simple_table th {
text-align: left;
padding: 8px;
border: 1px solid #808080;
}
#simple_table tr:nth-child(even) {
background-color: #dddddd;
}
#simple_table tr:hover {
background-color: #ffff99;
}

↪️ প্ৰাৰ্থীগৰাকী সংশ্লিষ্ট গাঁৱৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
↪️ প্ৰাৰ্থীগৰাকী মহিলা হ’ব লাগিব।
↪️ বয়স ২৫ৰ পৰা ৪৫ বছৰৰ ভিতৰত হ’ব লাগিব।
↪️ প্ৰাৰ্থীগৰাকী বিবাহিত, বিধৱা অথবা বিবাহ বিচ্ছেদ হোৱা মহিলা হ’ব লাগিব।
↪️ ন্যূনতম শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ (HSLC Pass)।
↪️ প্ৰাৰ্থীগৰাকীৰ ভাল যোগাযোগ দক্ষতা, নেতৃত্ব দিয়াৰ ক্ষমতা আৰু সমাজৰ সৈতে কাম কৰাৰ আগ্ৰহ থাকিব লাগিব।


বিশেষ জাননী: উপযুক্ত প্ৰাৰ্থী পোৱা নাযায় তেন্তে শিক্ষাগত অৰ্হতাৰ চৰ্ত শিথিল কৰিব পৰা যাব বুলি বিজ্ঞপ্তিত উল্লেখ আছে।

Education Qualification:

Class X (10th) pass. The education criterion may be relaxed if no suitable candidate is found in the village.

Age Limit:

  • Minimum Age: 25 years
  • Maximum Age: 45 years
  • Age Relaxation: Not mentioned in the notice.

Application Fee:

No Application Fee is Mentioned in the notice 

(adsbygoogle = window.adsbygoogle || []).push({});

Required Documents (প্ৰয়োজনীয় নথি-পত্ৰ)

আবেদন কৰাৰ সময়ত তলত উল্লেখ কৰা নথি-পত্ৰসমূহৰ Self-attested কপি জমা দিব লাগিব।

#simple_table {
font-family: arial, sans-serif;
border-collapse: collapse;
width: 100%;
background-color: #ffffff;
color:black;
}
#simple_table td, #simple_table th {
text-align: left;
padding: 8px;
border: 1px solid #808080;
}
#simple_table tr:nth-child(even) {
background-color: #dddddd;
}
#simple_table tr:hover {
background-color: #ffff99;
}

↪️ HSLC / Class 10 Pass Certificate আৰু Marksheet
↪️ বয়সৰ প্ৰমাণ-পত্ৰ
↪️ স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ
↪️ Aadhaar Card / Voter ID
↪️ শেহতীয়াকৈ তোলা Passport Size Photograph
↪️ অন্যান্য প্ৰয়োজনীয় নথি-পত্ৰ (যদি থাকে)।

ASHA Recruitment Apply Step by Step

#simple_table {
font-family: arial, sans-serif;
border-collapse: collapse;
width: 100%;
background-color: #ffffff;
color:black;
}
#simple_table td, #simple_table th {
text-align: left;
padding: 8px;
border: 1px solid #808080;
}
#simple_table tr:nth-child(even) {
background-color: #dddddd;
}
#simple_table tr:hover {
background-color: #ffff99;
}

↪️ প্ৰথমে নিৰ্ধাৰিত Standard Application Form সংগ্ৰহ কৰক।
↪️ আবেদন পত্ৰত নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু অন্যান্য প্ৰয়োজনীয় তথ্য পূৰণ কৰক।
↪️ প্ৰয়োজনীয় সকলো নথি-পত্ৰৰ Self-attested কপি সংলগ্ন কৰক।
↪️ সম্পূৰ্ণ আবেদন পত্ৰখন নিজৰ সংশ্লিষ্ট AAM Sub-Centre-ত জমা দিয়ক।
↪️ আবেদন পত্ৰ জমা দিয়াৰ সময়ত সকলো তথ্য ভালদৰে পৰীক্ষা কৰি লওক।

Important Date (আবেদনৰ অন্তিম তাৰিখ)

বিজ্ঞপ্তিখনৰ মতে আবেদন পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ হৈছে ৭ নৱেম্বৰ ২০২৬। নিৰ্ধাৰিত তাৰিখৰ ভিতৰত কাৰ্যালয়ৰ সময়ত আবেদন জমা দিব লাগিব।

ezstandalone.cmd.push(function() {
ezstandalone.showAds(113);
});

List of 23 Villages for ASHA Recruitment

বিজ্ঞপ্তিৰ Annexure-A অনুসৰি তলত উল্লেখ কৰা ২৩খন গাঁৱত ASHA Worker পদ খালী আছে।

#simple_table {
font-family: arial, sans-serif;
border-collapse: collapse;
width: 100%;
background-color: #ffffff;
color:black;
}
#simple_table td, #simple_table th {
text-align: left;
padding: 8px;
border: 1px solid #808080;
}
#simple_table tr:nth-child(even) {
background-color: #dddddd;
}
#simple_table tr:hover {
background-color: #ffff99;
}
#simple_table tr > th
{
background: #1b90bb;
color: #ffffff;
}

Village (ASHA vacancy): PHC / CHC / AAM / Sub-Centre:
1. Kholabhanda: Char Kholabhanda SC
2. Karaikheti: Nirala SC
3. Bampara: Ganakpara SC
4. Roumari Gaon: Raumari SC
5. Saldia: Niz Chenga SC
6. Barbitha: Niz Chenga SC
7. Rangia Nadir Pam: Gohia MPHC
8. Kathalbori: Kukarpar SC
9. Sarthebari Ward No-4 Sarukhetri CHC
10. Pathimari North: Pathimari SC
11. Balipara: Chenga BPHC
12. Haripur: Haripur SC
13. Marichakandi: Marichakandi SC
14. Baniyakuchi: Baniakuchi SC
15. Sarthebari Ward No-3: Sarukhetri CHC
16. Sarthebari-2: Sarukhetri CHC
17. Belbari Gaon: Belbari SC
18. Harighata, Badesila: Namsala SC
19. Bahari Kalitapara: Kalitapara SC
20. Pachim Mairadia: Pathimari SC
21. Nirala: Nirala SC
22. Barghopa Barghopa SC
23. Barfaladi: Kukarpar SC
Total: 23
প্ৰাৰ্থীসকলে নিজৰ গাঁও আৰু সংশ্লিষ্ট Sub-Centre-ৰ সৈতে মিলাই আবেদন কৰিব লাগিব।

How to Apply:


এই নিযুক্তিৰ বাবে আবেদন Offline পদ্ধতিৰে কৰিব লাগিব।


#simple_table {
font-family: arial, sans-serif;
border-collapse: collapse;
width: 100%;
background-color: #ffffff;
color:black;
}
#simple_table td, #simple_table th {
text-align: left;
padding: 8px;
border: 1px solid #808080;
}
#simple_table tr:nth-child(even) {
background-color: #dddddd;
}
#simple_table tr:hover {
background-color: #ffff99;
}

↪️ Application From: Download Now

Contact US AS A FREE MAMBER

facebook group
whatsapp group

Leave a Comment