আজিৰে পৰা তিনিদিনলৈ অসম, মেঘালয়ত ‘অতি প্ৰৱল’ বৃষ্টিপাত, IMD–এ জাৰি কৰিলে ৰেড এলাৰ্ট
ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই অসম তথা মেঘালয়ৰ কাৰণে ২৬মে’ৰ পৰা ২৮মে’লৈ বৃষ্টিপাতৰ ৰেড এলাৰ্ট জাৰি কৰিছে বান বিভীষিকাৰ মাজতে অসমৰ কাৰণে এক উদ্বিগ্ন কৰিব পৰা খবৰ। অহা ৪৮ঘণ্টাত অসম তথা চুবুৰীয়া মেঘালয়ত হ’ব ‘অতি প্ৰৱল’ বৃষ্টিপাত। মঙলবাৰে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৰেড এলাৰ্ট জাৰি কৰি দুইখন উত্তৰ পূৱৰ ৰাজ্যক সকীয়নি প্ৰদান কৰিছে।পিটিআইৰ প্ৰতিবেদন মতে, IMD– … Read more