Chief Minister’s Atmanirbhar Asom Abhijan 3.0 – Apply কৰিবলৈ কি কি লাগিব ?
অসম চৰকাৰৰ এই আঁচনিৰ জৰিয়তে যুৱক-যুৱতীসকলক আৰ্থিক সহায় প্ৰদান কৰা হয় ব্যৱসায় আৰম্ভ কৰিবলৈ । যদি আপুনি CMAAA 3.0 ত apply কৰিব বিচাৰে, এই আঁচনিৰ মূল লক্ষ্য হৈছে অসমৰ যুৱ সমাজক আৰ্থিকভাৱে শক্তিশালী কৰি তোলা আৰু নিজাকৈ কাম-ব্যৱসায় আৰম্ভ কৰিবলৈ সহায় কৰা । তলত আঁচনিৰ উদ্দেশ্যবোৰ বিস্তাৰিতকৈ দিয়া হ’ল — 🎯 … Read more