Rapipay Agent Portal Registration, Best AEPS Portal

  Rapipay is a payment solution where you get facilities like online money transfer, mobile recharge, Online Booking, MATM,  AEPS, Nepal Transfer, Bill Payment, DTH Recharge, Insurance, and many more and If you become the Rapipay Agent or Retailer then you got Commission on every transaction.So bellow I write the full Registration process of Rapipay just follow the step. (adsbygoogle = window.adsbygoogle || []).push({}); Rapipay … Read more

দেশৰ কোটি কোটি কৃষকে আজি লাভ কৰিব পাৰে PM Kisan Samman Nidhi ৰ ২ হাজাৰ টকাৰ কিস্তি

যদি আপুনি প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ বাবে অপেক্ষা কৰি আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ । কেন্দ্ৰীয় চৰকাৰে আজি অৰ্থাৎ ১০ মে’ত আপোনাৰ একাউণ্টলৈ অষ্টম কিস্তি ট্ৰাঞ্চফাৰ কৰিব পাৰে । যদি আপুনি প্ৰধানমন্ত্ৰী কিষাণ নিধি (PM Kisan)ৰ বাবে অপেক্ষা কৰি আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ । কেন্দ্ৰীয় চৰকাৰে আজি অৰ্থাৎ ১০ মে’ত আপোনাৰ একাউণ্টলৈ অষ্টম … Read more

নিশা পুনৰ ভুমিকম্পৰ জোকাৰণি, এইবাৰো শোণিতপুৰেই আছিল অভিকেন্দ্ৰ

নিশা পুনৰ আন এক ভুমিকম্পই জোকাৰি যায় অসম । এইবাৰো নিশা অহা ভুমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰেই আছিল । নিশা ৰাষ্ট্ৰীয় ভুমিকম্প বিভাগে সদৰি কৰা অনুসৰি নিশা প্ৰায় ১১.২৬ মান বজাত অনুভুত হয় এই ভুমিকম্প । ৰিখটাৰ স্কেলৰ মাপ অনুসৰি ভুমিকম্পটোৰ প্ৰাবল্য আছিল ৩.৭ । যদিও কম ৰিখটাৰ স্কেলৰ জোকাৰণি আছিল তথাপি ই বহু দূৰ পৰ্যন্ত অনুভুত … Read more

Paytm–এ মুকলি কৰিলে COVID-19 Vaccine Finder, আছে ৰিয়েল-টাইমত ভেকচিনৰ উপলব্ধতাৰ এলাৰ্টৰ সুবিধা

ডিজিটেল পেমেণ্ট প্লেটফৰ্ম পেটিএমে (Paytm) ইয়াৰ মিনি এপ ষ্টোৰত নাগৰিকসকলক ভেকচিন স্লটৰ উপলব্ধতা পৰীক্ষা কৰাত সহায় কৰিবলৈ এক একত্ৰিত প্লেটফৰ্ম ‘COVID-19 Vaccine Finder’ মুকলি কৰাৰ কথা ঘোষণা কৰিছে । এই প্লেটফৰ্মে নাগৰিকসকলক বয়স গোটৰ (১৮+ বা ৪৫+) সৈতে ব্যক্তিগতভাৱে বিভিন্ন পিন কোড বা জিলাৰ বিৱৰণ দি এক নিৰ্দিষ্ট তাৰিখৰ বাবে ভেকচিন স্লটৰ উপলব্ধতা পৰীক্ষা কৰাত … Read more

দিল্লীত পুনৰ লকডাউন বৃদ্ধি, ১৭ মে’ৰ পুৱা ৫ বজালৈ বৃদ্ধি কৰা হৈছে লকডাউন

এইবাৰ লকডাউন অধিক কঠোৰ হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ । বৰ্ধিত কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ l  (adsbygoogle = window.adsbygoogle || []).push({}); দিল্লীত পুনৰ লকডাউন বৃদ্ধি । ১৭ মে’ৰ পুৱা ৫ বজালৈ বৃদ্ধি কৰা হৈছে লকডাউন । পূৰ্বে ১০ মে’লৈ লকডাউন বৃদ্ধি কৰা হৈছিল দেশৰ ৰাজধানীত । এইবাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব … Read more

Apple ৰ পিছত এতিয়া Google এ ডাটা গোপনীয়তাৰ দিশত লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ

Google এ ডাটা গোপনীয়তাৰ ওপৰত এক নতুন নীতি প্ৰস্তুত কৰিছে যাৰ অধীনত ডেভেলপাৰসকলে এতিয়া Play Store ত উল্লেখ কৰিব লাগিব যে তেওঁলোকে এপৰ পৰা ব্যৱহাৰকাৰীৰ কোনবোৰ ডাটা সংগ্ৰহ আৰু জমা কৰিছে আৰু এই ডাটা ক’ত ব্যৱহাৰ কৰিব । শেহতীয়াকৈ, Apple এ ইয়াৰ আপডেট iOS 14.5 ত, ডাটা গোপনীয়তা (Data Privacy) সন্দৰ্ভত এক ডাঙৰ আপডেট মুকলি কৰিছিল য’ত … Read more

নতুন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ৱ শৰ্মা কোন? জীৱন আৰু ৰাজনীতিৰ চমু পৰিক্ৰমা

১৯৮৭ চনৰ পৰা ছাত্ৰ ৰাজনীতিৰে আৰম্ভ হোৱা ৰাজনৈতিক জীৱনৰ আজিৰ দিনটোত মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হ’ল ড০ হিমন্ত বিশ্ব শৰ্মা । ড০ হিমন্ত বিশ্ব শর্মা ৷ বর্তমান সময়ত উত্তৰ–পূবৰ ৰাজনীতিৰ সর্বাধিক চর্চিত নামটোৱেই হৈছে ড০ হিমন্ত বিশ্ব শর্মাশ ৷ অসমৰ ৰাজনীতিৰ অদ্বিতীয় সত্তা ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হয় আজি । বিধানসভা সমষ্টি … Read more

লখিমপুৰত পুনৰ ধৰ্ষণ কাণ্ড ৷ এইবাৰ নাৰায়ণপুৰৰ এগৰাকী উনৈশ বছৰীয়া যুৱতীক ধৰ্ষণ কৰিলে একে গাঁৱৰে এজন যুৱকে ৷ অভিযুক্ত যুৱক জন নাৰায়নপুৰ ভিতৰদলনী গাঁৱৰ ভাৰত ৰবিদাস ৷

তামুল বিচৰা চলেৰে মাতি নি মুখত সোপা দি কৰিছিল ধৰ্ষণ  ৷ হাতত কটাৰী লৈ ভয় দেখুৱাই ধৰ্ষণ কৰিছিল ভাৰত ৰবিদাস নামৰ লম্পটটোৱে । বিয়াঘৰত যুৱতীক হত্যাৰ ভাবুকি দি ধৰ্ষণ কৰিলে লম্পট যুৱকে । তামোল বিচৰাৰ চলেৰে কৰিলে বলাৎকাৰ। ক’ত ঘটিছে এই জঘন্য কাণ্ড ? সোমবাৰে নিশা সংঘটিত হোৱা ঘটনাটো আজি আহিছে পোহৰলৈ ৷ ধৰ্ষিতা যুৱতীগৰাকীৰ … Read more

অনলাইন হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা । ১ জুনৰ পৰা ১৫ জুনলৈ স্নাতকোত্তৰৰ পৰীক্ষা আৰু দ্বিতীয় সপ্তাহৰ পৰা স্নাতকৰ পৰীক্ষা ।

Guwahati University Exam : স্নাতকোত্তৰ মহলাৰ পৰীক্ষাসমূহ ১ জুনত আৰম্ভ হ’ব আৰু ১৫ জুনত অন্ত পৰিব । আনহাতে স্নাতক মহলাৰ পৰীক্ষাসমূহ জুন মাহৰ দ্বিতীয় সপ্তাহৰ পৰা অনুষ্ঠিত হ’ব । গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা হ’ব অনলাইনযোগে । এক বৈঠকৰ অন্তত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত । কোভিড ১৯ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ অনলাইন মাধ্যমেৰে হ’ব … Read more

২০২১ত হ্ৰাস পাবলৈ লৈছে Netflix গ্ৰাহক বৃদ্ধিৰ হাৰ, Covid-19 টিকাকৰণৰ সৈতে ইয়াৰ সম্পৰ্ক জানক

যিহেতু এতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ এক বৃহৎ অংশক টীকাকৰণ কৰা হৈছে ৷ তেনেস্থলত এতিয়া মানুহে অধিক মুক্তভাৱে ঘূৰি ফুৰিবলৈ সক্ষম হৈছে আৰু নেটফ্লিক্সত টিভি চিৰিজ আৰু চিনেমা চোৱাৰ উপৰিও অন্যান্য বেলেগ দিশবোৰো তেওঁলোকে পুনৰ আঁকোৱালি ল’বলৈ সক্ষম হৈছে ৷ কোৰোণা মহামাৰী আৰু তাৰ ফলত বিশ্বজুৰি জাৰি হোৱা লকডাউনৰ সময়ছোৱাত মানুহে মনোৰঞ্জনৰ আহিলা ৰূপে হাতত তুলি … Read more