শুকুৰবাৰৰ দিনটোত ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হয় ৫৬২৬জন লোক । বিপৰীতে ৪৭ জন ক’ভিড আক্ৰান্তৰ মৃত্যু হয় ।

  Covid-19 in Assam:  বিগত ২৪ ঘণ্টাত ৰাজ্যত ৫ সহস্ৰাধিক লোক Covid-19ত আক্ৰান্ত , ৪৭জনৰ মৃত্যু ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা প্ৰতিদিনেই বৃদ্ধি হ’বলৈ লৈছে । শুকুৰবাৰৰ দিনটোত ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হয় ৫৬২৬জন লোক । বিপৰীতে ৪৭ জন ক’ভিড আক্ৰান্তৰ মৃত্যু হয় । (adsbygoogle = window.adsbygoogle || []).push({}); বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত ১৫৫১দজন লোক … Read more

বিৰাট আৰু অনুষ্কাই আগবঢ়ালে কোৰোণাৰ বিৰুদ্ধে যুঁজলৈ ২ কোটি টকাৰ সহায় ।

Fight Against Covid 19 in India :   কোৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ বিৰাট কোহলিয়ে অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মাৰ সৈতে মিলি আৰম্ভ কৰিছে পুজি গঠনৰ এক অভিযান । ক্ৰাউড ফাণ্ডিং গোট কেটোৰ জড়িয়তে সাত কোটি টকা সংগ্ৰহৰ লক্ষ্য বিৰাট-অনুষ্কাৰ । নিজে দান দিলে ২ কোটি টকা । টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি (Virat Kohli) আৰু তেওঁৰ পত্নী অভিনেত্ৰী … Read more

ৰাজ্যত আৰম্ভ ১৮–৪৪ বছৰ বয়সৰ লোকক প্রতিষেধক প্রদান প্রক্রিয়া

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ ব্যক্তিক ক’ভিড ভেকচিন দিয়াৰ যি ঘোষণা কৰিছিল সেয়া বুধবাৰৰ পৰা অসমত শুভাৰম্ভ হয় ৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত বুধবাৰে গুৱাহাটী প্রেছ ক্লাবত ১০০গৰাকী সাংবাদিক আৰু জি এম চি এইচত বিশেষভাৱে সক্ষম লোকক ভেকচিন প্রদান কৰা হয় ৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে ৪৫ বছৰ ঊর্ধ্বৰ বয়সৰ … Read more

আজিৰ পৰা অনিৰ্দিষ্টকাললৈ ৰাজ্যৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ

ৰাজ্যত শেহতীয়াকৈ কোৰোণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে  । ৰাজ্যত শেহতীয়াকৈ কোৰোণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । গতিকে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ অনিৰ্দিষ্টকাললৈ ৰাজ্যৰ সকলো চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিস্ব শৰ্মাই । এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘আজিৰে পৰা ৰাজ্যৰ সকলো স্কুল-কলেজ বন্ধ হৈ … Read more

Railway Recruitment 2021: উত্তৰ পূব সীমান্ত ৰে’লৱেত খালী হৈছে মেডিকেল বিভাগৰ কেইবাটাও পদ । কেনেকৈ, কেতিয়া আবেদন কৰিব সবিশেষ জানি লওক

উত্তৰ-পূব সীমান্ত ৰে’লৱেই চকু বিশেষজ্ঞ আৰু সাধাৰণ কৰ্তব্যৰ চিকিৎসা বিষয়া (জিডিএমঅ’) পদত নিযুক্তিৰ বাবে জাননী জাৰি কৰিছে । প্ৰাৰ্থীসকলে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ  nfr.indianrailways.gov.in অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰে । অনলাইন আবেদনৰ অন্তিম তাৰিখ –  10 মে 2021 উত্তৰ-পূব সীমান্ত ৰে’লৱেই চকু বিশেষজ্ঞ আৰু সাধাৰণ কৰ্তব্যৰ চিকিৎসা বিষয়া (জিডিএমঅ’) পদত নিযুক্তিৰ বাবে জাননী জাৰি কৰিছে … Read more

কণ্ডমৰ বিক্ৰী হোৰাহোৰে বাঢ়িছে l টিকাকৰণৰ পিছতে বাঢ়িছে বিক্ৰী ! কি কৈছে সমীক্ষাই ?

কণ্ডমৰ বিক্ৰী হোৰাহোৰে বাঢ়িছে l   টিকাকৰণৰ পিছতে বাঢ়িছে বিক্ৰী ! কি কৈছে সমীক্ষাই ? ভাৰতবৰ্ষতো  বৰ্তমান সময়ত কণ্ডমৰ বিক্ৰী বাঢ়িছে বুলি জনাইছে কম্ডম নিৰ্মাতা সংস্থাসমূহে। (adsbygoogle = window.adsbygoogle || []).push({}); বিগত বছৰ বিশ্বজুৰি কণ্ডমৰ বিক্ৰী হ্ৰাস পাইছিল । কিন্তু সম্প্ৰতি আকৌ হোৰাহোৰে বাঢ়িছে কণ্ডমৰ চাহিদা । কোৰোণাই মানুহৰ  স্বাভাৱিক যৌন জীৱন কাঢ়ি নিছিল । বিভিন্ন … Read more

COVID-19 in India: কোৰোণাই ভংগ কৰিলে অভিলেখ, বিগত ২৪ ঘণ্টাত ৪.১২ লাখ লোক আক্ৰান্ত

বিগত দিনটোত দেশত ৪ লাখ ১২ হাজাৰ ৩৭৩টা নতুন পজিটিভৰ ঘটনা পোগৰলৈ আহিছে। আনহাতে, ৩,৯৭৯জন লোকৰ মৃত্যু হৈছে । Coronavirus outbreak in India Latest Update:  দেশত কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোণা ৰোগীৰ সংখ্যা। বিগত ২৪ ঘণ্টাত নতুন ৰোগী আৰু মৃত্যুৰ সংখ্যাই পুৰণি সকলো অভিলেখ ভংগ কৰিছে। বিগত … Read more

এতিয়া আপুনি WhatsAppত লাভ কৰিব এইবোৰ নতুন সুবিধা

WHATSAPP পে বৰ্তমান কিছুমান বিশেষ সুবিধাৰ ওপৰত কাম কৰি আছে যিবোৰ সোনকালেই হোৱাটছএপত যোগ কৰা হ’ব । এতিয়া WhatsAppত লাভ কৰিব মিক্সড গ্ৰুপ কলৰ লগতে আন বহুটো নতুন সুবিধা ।হোৱাটছএপ হৈছে পৃথিৱীৰ আটাইতকৈ বেছি ব্যৱহৃত ইনষ্টাণ্ট মেচেজিং এপ। ফেচবুকে হোৱাটছএপ ক্ৰয় কৰাৰ পিছত হোৱাটছএপে বহুতো পৰিৱৰ্তন দেখিছে । হোৱাটছএপে সময়ে সময়ে ব্যৱহাৰকাৰীক নতুন সুবিধা যোগ … Read more

নির্বাচনৰ ফলাফলৰ পাছতে ব্যাপক চর্চাঃ পৰৱর্তী মুখ্যমন্ত্রী কোন ?

ৰাজ্যত পুনৰ বিজেপিৰ নেতৃত্বত মিত্রজোঁটৰ চৰকাৰ গঠন নিশ্চিত হোৱাৰ পিছত এইবাৰ চর্চালৈ আহিছে অসমৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব ? ইতিমধ্যে ৰাষ্ট্রীয় সংবাদ প্রতিষ্ঠান ইণ্ডিয়া টুডে’ আৰু এক্সিছ মাই ইণ্ডিয়াই এক সমীক্ষাত প্ৰকাশ  পাইছে – ৰাজ্যৰ ২০ শতাংশ লোকে পৰৱর্তী মুখ্যমন্ত্রী ৰূপে ড০ হিমন্ত বিশ্ব শর্মাক বিচাৰে বুলি স্পষ্ট কৰিছে ৷ এনে অৱস্থাত ৰাজ্যত পৰৱর্তী চৰকাৰক … Read more

Assam Election Results 2021 : হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰো : ক’লে বিজেপিৰ এইগৰাকী বিজয়ী প্ৰাৰ্থীয়ে

Assam Assembly Election Results 2021 :  পশ্চিম গুৱাহাটী সমষ্টিত জয়লাভ কৰিছে অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা । কংগ্ৰেছৰ মীৰা বৰঠাকুৰক ৭৭,৭৯৫টা ভোটত পৰাস্ত কৰে কলিতাই । হিমন্ত বিশ্ব শৰ্মাক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰে লক্ষীপুৰৰ বিজেপিৰ বিজয়ী প্ৰাৰ্থী কৌশিক ৰায়ে। জয়লাভ কৰাৰ পিছতে নিউজ–১৮ৰে হোৱা সাক্ষাৎকাৰত কৌশিক ৰায়ে এই কথা ব্যক্ত কৰে।ইফালে, ঢকুৱাখনাত বিজেপিৰ নৱ কুমাৰ … Read more