HERO ELECTRIC मोबाइल के दाम में मिल रहे हैं, शहर, गांव में रहने वालों के लिए हैं बेस्ट

हीरो साइकिल्स की इलेक्ट्रिक साइकिल ब्रांच हीरो लेक्ट्रो ने भारतीय बाजार के लिए दो नए मॉडल लॉन्च किए हैं. दो नई इलेक्ट्रिक साइकिल में H3 और H5 शामिल हैं, जिनमें एच3 की कीमत 27,449 रुपये और एच5 की कीमत 28,449 रुपये है. शहरी भारतीय केंद्रों में इलेक्ट्रिक साइकिल की बढ़ती लोकप्रियता से आगे बढ़ते हुए … Read more

Abir Love Story 23 | Published by Indranee Sharma

যেদিন কানে কানে সব বলবো তোমাকে
বুকেৰ মাঝে জাপটে জড়িয়ে ধরবো তোমাকে ।
পথ চেয়ে ৰই, দেৰি কৰোনা যতই
আৰ ভোলা যাবেনা জীবনে কখনোই,
তোমাকে, ও.. তোমাকে ।

Abir Love Story 23 | Published by Indranee Sharma

গভীৰ নিশাৰ নির্জনতাত দুটি শৰীৰ ,দুটি মন, দুটি আত্মাৰ একান্ত সময়।অনিৰুদ্ধৰ দুহাতত মই যেন এটা কাঁচৰ পুতলা । ইমান আলফুল অথচ ইমান নিবিড় প্ৰতিটো স্পৰ্শ, প্ৰতিটো চুম্বনত হাজাৰটা প্ৰতিশ্ৰুতি ।কেৱল উন্মাদনাৰ জোৱাৰ নহয়, নিৰাপত্তাৰ এখন চাদৰ হৈ মেৰিয়াই ধৰিছে মোৰ সমগ্ৰ সত্তা ।এৰি দিছোঁ নিজক, আৰু যে উপায় মই বিচাৰিও পোৱা নাই ।
মজিয়াত পৰি ৰোৱা মোৰ গুলপীয়া শাড়ীখন, তেওঁৰ বগা চাৰ্টটো আৰু মোৰ খেলিমেলি চুলিখিনি আজি অনুৰাগৰ অলেখটা মুহুৰ্তৰ সাক্ষী ।
সময় আগবাঢ়িছে, সমানেই মৰমৰ উত্তাপ..
:What’s this ?

ezstandalone.cmd.push(function() {
ezstandalone.showAds(125);
});

বুকুৰ সোঁমাজত থকা ঘাঁটুকুৰা চুই দিলে তেওঁ । জিকাৰ খাই উঠিল মোৰ সমগ্র শৰীৰ । সেই ভয়াৱহ ৰাতিৰ স্মৃতি তাতেই যে আজিও সাৰে আছে । কলিকতাৰ ঘিণ লগা ৰাতিটো । সিদ্ধাৰ্থই মোক বশ কৰিব নোৱাৰি বিয়েৰৰ বটলৰ ভঙা টুকুৰাৰে আঘাত কৰিছিল সেইখিনি ঠাইত । এবাৰলৈও কন্দা নাছিলোঁ মই ।বিৰিঙি বিৰিঙি তেজ ওলোৱা ঠাইখিনিত অকনমানো অনুশোচনা বা অপৰাধবোধ নোহোৱাকৈ খুড়ীয়ে বেণ্ডেজ লগাই ঢাকি থৈছিল ।
এক সপ্তাহ তেনেকৈয়ে ঢাকি ৰখা ঘাঁ ডোখৰ পিছত লাহে লাহে আৰু বেছি বাঢ়ি গৈছিল । ডক্টৰে ড্ৰেছিং কৰি চিলাই কৰি দিওঁতে এবাৰো সোধা নাছিল কেনেকৈ কি হ’ল বুলি ।
সেই চিলাইৰ দাগটো এতিয়াও অকণমান ফুলি থাকে, পাহৰিব খোজা দিনবোৰ সোঁৱৰাই থাকে।
কিন্তু অনিৰুদ্ধই কিয়…
:প্লিজ কোৱা, কি দাগ এইটো ?
:Someone tried to rape me.
এটি স্থিৰ মুহূৰ্ত ।
উশাহৰপৰা উন্মাদনালৈকে সকলোকে শিল কৰিব পৰা এটা মুহূৰ্ত । মোৰ বুকুৰপৰা উঠি আহি তেওঁ মোৰ চকুত চকু থৈ চাই আছে মাথোঁ । ফেৰী লাইটৰ টিপ টিপ পোহৰত স্পষ্টকৈ দেখিছোঁ সেই ধুনীয়া চকুযুৰিৰ পানীখিনি । দুয়োখন হাতেৰে মোৰ মূৰৰ দুফালে ভেজা দি ৰৈ থকা মানুহটো কিমান কোমল অন্তৰৰ সেইয়া মই জানো ।
:Who did this ?

ezstandalone.cmd.push(function() {
ezstandalone.showAds(125);
});

:
মোৰ চকুত চকু থৈ সোধা প্ৰশ্নটোৰ উত্তৰ মোৰ ওচৰত নাছিল..
এটোপাল লুণীয়া পানী তেওঁৰ চকুৰ পৰা সৰি মোৰ চকুত সোমাল..
:You need to heal first Ananya.. I can’t do this..I should have waited.. I am so so sorry..
মোৰ কপালত চুমা এটা আঁকি তেওঁ আঁতৰি গ’ল..
আৰু একো কোৱাৰ সুযোগ তেওঁ মোক নিদিলে । মজিয়াত পৰি থকা চাৰ্টতো পিন্ধি হাতত বেগ লৈ ওলাই গুচি গ’ল । ঘড়ীত তেতিয়া এক বজাৰ সংকেত ।
দৰ্জাখনত আঁৰি থোৱা তেওঁ উপহাৰ দিয়া wind chim টো তেতিয়াও বাজি আছে।উঠি বহিলো । নিজকে আকৌ এবাৰ সামৰিবই লাগিব । দৰ্জাখন বন্ধ কৰি বাথৰুমত সোমালোঁ । আইনাত এবাৰ নিজকে চালোঁ । খেলিমেলি চুলি, ৰঙা পৰি থকা গাল, মুখ, ডিঙি…
মোৰ শৰীৰৰপৰা ভাঁহি আহিছে অনিৰুদ্ধৰ ফৰাচী পাৰফিউমৰ সুগন্ধি ।
আৰু বুকুৰ সেই দাগটো…
ধুনীয়া ৰাতিৰ বেয়া লগা দাগটো চাই থাকিব নোৱাৰিলোঁ । শ্বাৱাৰৰ পানীত উটাই দিছোঁ প্ৰতিটো ভাললগা বেয়ালগা মুহূৰ্ত । আৰু মাত্ৰ তিনিঘণ্টাৰ পাছতেই ওলাই যাব লাগিব । আৰু বা কি ৰৈ আছে মোৰ বাবে ।
কিমান দেৰি শ্বাৱাৰৰ তলত বহি থাকিলোঁ নিজেই নাজানো ।
ঘৰটোৰ খেলেলিবোৰ সামৰি সকলো আগৰদৰেই ধুনীয়া কৰিলোঁ.. কিন্তু মনৰ খেলিমেলিবোৰ.. !!!

এইবোৰৰ শেষ আছে জানো ??

ডিব্ৰুগড়ৰ এয়াৰপোৰ্টত নামি বেগটো লৈ ওলাই আহোঁতে অসমৰ চিনাকি পৰিৱেশটো দেখি বুকুখন গধুৰ হৈ আহিলে ।

(adsbygoogle = window.adsbygoogle || []).push({});

নিজেৰেই ঠাইখন কেনেকৈ ইমান যে দূৰ হৈ পৰিল । ঘৰ এখন নাই বুলি ভাবিব লগীয়া হোৱাৰ পৰা সকলো সলনি হৈ যোৱাৰ দৰে হ’ল । ঘৰত মই আহিম বুলি জানে, কিন্তু সময়টো কোনেও নাজানে ।গাড়ী এখন লওঁ বুলি ইখন সিখন সুধি থাকোঁতে ক’ৰবাৰ পৰা দৌৰি দৌৰি যোগেশ দা ওলাইছেহি ।

:মাজনী,দে দে ,বেগটো দে।মই ৰৈ চাইয়ে আছিলোঁ অথনিৰে পৰা ।


(adsbygoogle = window.adsbygoogle || []).push({});

:কেনেকৈ জানিলে মই আহিছোঁ বুলি ?
:তোৰ মায়েও জানে দেখোন । গাড়ীতে আছে ব’ল ।
:মা আহিছে ?

Also Check: JEC Arnab And Astha Love Story | JEC Arnab Astha All Parts Link

Read more

Prime Minister Narendra Modi will hand out job recruitment letters to 75,000 youths on Diwali

Assames Article দিপাৱলী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ ৭৫,০০০ যুৱক-যুৱতীক উপহাৰ দিব চাকৰি । ২২ অক্টোবৰত প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশৰ যুৱ প্ৰজন্মৰ সৈতে সংযোগ স্থাপন কৰিব আৰু ৭৫,০০০ যুৱক-যুৱতীক চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব । এই চাকৰিবোৰ বিভিন্ন মন্ত্ৰালয় যেনে প্ৰতিৰক্ষা, ৰে’লৱে, পদ, গৃহ মন্ত্ৰালয় চিআইএছএফ, শ্ৰম আৰু নিযুক্তি, চিবিআই, শুল্ক, … Read more

‘অৰুণোদয়’ আঁচনিৰ হিতাধিকাৰীসকলৰ বৰ্তমানৰ আৰ্থিক অৱস্থা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পর্যালোচনা বৈঠক …

‘অৰুণোদয়’ আঁচনিৰ হিতাধিকাৰীসকলৰ বৰ্তমান আৰ্থিক অৱস্থা আৰু তেওঁলোকৰ নিৰীক্ষণ সন্দৰ্ভত আজি জনতা ভৱনৰ সভাকক্ষত এক ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  ৷ এই ভিডিঅ’ কনফাৰেন্সত বিধায়কসকল, উপায়ুক্তসকল আৰু অসমৰ প্ৰতিখন জিলাৰ জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ সদস্যসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী । মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা চলোৱা জৰীপৰ জৰিয়তে হিতাধিকাৰীৰ নাম … Read more

SBI e Mudra Loan Online Apply |

If your bank account is in State Bank of India and you also want to get the loan as soon as possible, then SBI has started SBI e Mudra Loan Yojana for this. State Bank of India (SBI) Mudra Loans are loans which are taken by various banks of SBI under the guidance of Micro-Units Development and Refinance Agency (MUDRA) for Micro, Small and Medium Enterprise (MSME) i.e. early startups, small and medium businesses etc. are given to.

Read more

Assam: Five arrested for ATM fraud in Guwahati

Five persons have been arrested by the police at Guwahati in Assam in connection with ATM fraud cases. The arrested persons are accused of being involved in at least two cases of ATM fraud. The two cases of ATM fraud were registered on October 4 and 5. As many as 68 ATM cards have also … Read more

১৭ তাৰিখে কৃষকৰ একাউণ্টলৈ আহিব ২০০০ টকাকৈ, চৰকাৰে জাৰি কৰিলে ন’টিফিকেচন

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল । এই আঁচনিৰ উদ্দেশ্য হৈছে দেশৰ সকলো কৃষক পৰিয়ালক সাহায্য প্ৰদান কৰা । প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা (PM Kisan Samman Nidhi Yojana)ৰ জৰিয়তে কৃষকৰ একাউণ্টত শীঘ্ৰে পৰৱৰ্তী কিস্তিৰ ধন সোমাব । যদি আপুনিও ১২সংখ্যক কিস্তিৰ অপেক্ষাত আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ … Read more

Apple য়ে আৰম্ভ কৰিলে iPhone 14 ভাৰতত নিৰ্মাণ, সস্তা হ’ব নেকি এতিয়া ?

কোম্পানীটোৱে এক আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰিছে যে, “আমি ভাৰতত iPhone 14 নিৰ্মাণ কৰিবলৈ পাই উৎফুল্লিত হৈছো । চেন্নাইৰ সমীপত অৱস্থিত ফক্সকনৰ প্লাণ্টত এপলে ভাৰতত iPhone 14 নিৰ্মাণ আৰম্ভ কৰিছে । সকলো উৰাবাতৰি পিছ পেলাই কুপাৰটিনো ভিত্তিক টেক জায়ান্টটোৱে যোৱা বছৰৰ তুলনাত বহু আগতেই এই বছৰৰ আইফোন মডেলটো একত্ৰিত কৰিবলৈ আৰম্ভ কৰিছে। বাতৰি অনুসৰি ২০২৫ চনৰ … Read more

Free Scooty Yojana 2022: Apply Online Mukhymantri Free Scooty Yojana 2022

Free Scooty Yojana 2022: ऑनलाइन मुख्यमंत्री फ्री स्कूटी योजना 2022 लागू करें Free Scooty Yojana 2022:- भारत के लोक प्राधिकरण द्वारा दो प्रकार की स्कूटी षडयंत्र शुरू किया गया है, पहला देवनारायण प्लॉट के तहत दिया जाता है, जो युवा महिलाओं को दिया जाता है, सभी बातों पर विचार किया जाता है, जबकि दूसरा अप्रत्याशित रूप … Read more

Nobel Peace Prize 2022: বেলাৰুছৰ এলেছ বিয়ালিয়াটস্কি, ৰাছিয়াৰ মেম’ৰিয়েল আৰু ইউক্ৰেইনৰ চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিছলৈ ২০২২ বৰ্ষৰ শান্তিৰ নোবেল বঁটা ঘোষণা

বেলাৰুছৰ মানৱ অধিকাৰ কৰ্মী এলেছ বিয়ালিয়াটস্কি, ৰাছিয়াৰ মানৱ অধিকাৰ সংগঠন মেম’ৰিয়েল আৰু ইউক্ৰেইনৰ মানৱ অধিকাৰ সংগঠন চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিছে ২০২২ চনৰ শান্তিৰ নোবেল বঁটা লাভ কৰে । আজি ঘোষণা কৰা হয় শান্তিৰ নোবেল বঁটা । বেলাৰুছৰ মানৱ অধিকাৰ কৰ্মী এলেছ বিয়ালিয়াটস্কি, ৰাছিয়াৰ মানৱ অধিকাৰ সংগঠন মেম’ৰিয়েল আৰু ইউক্ৰেইনৰ মানৱ অধিকাৰ সংগঠন চেণ্টাৰ ফৰ চিভিল … Read more