Aabir Love Story Part 11

Good morning mystery woman !!! See You Soon.
মেছেজটোৱে মুখলৈ হাঁহি এটা কঢ়িয়াই আনিলে । অনিৰুদ্ধই দিয়া নাম।প্ৰায়ে কয় । মই হেনো mystery woman । আচলতে তেওঁ বুজাই নাই মোৰ ভিতৰখন যে চাব বিচাৰিলেই চাব পাৰি । মই পৰ্দা দিয়া নাই কোনোদিনেই । যি আছিল,যি আছে সেয়া সকলোৱে দেখে, বুজিবলৈ কোনোৱে কোনোদিন চেষ্টা নকৰিলে সেইয়া বেলেগ কথা ।

Read more

Aabir Love Story Part 10

:মই জানো । There is something you love about me.:তেনেকুৱা একো নাই ।:মিছা কথা ।:সঁচা ।:You love my eyelashes, you touched them with so much affection, I still feel it. লাজ এটাই আৱৰি ধৰিলে । হয়, চুই চাইছিলো সেই জোনাক ৰাতি, অনিৰুদ্ধৰ ধুনীয়া চকুযুৰিৰ দীঘল দীঘল পলক । মন গৈছিল আলফুলে যেন আঁকি দিম এটি … Read more

Horoscope | কোন ৰাশিৰ জাতক–জাতিকাৰ কি ফল আছে আজিৰ দিনটোত

আপোনাৰ আজিৰ দিনটো কেনে যাব? কোন ৰাশিৰ জাতক–জাতিকাৰ কি ফল আছে আজিৰ দিনটোত? কোন ৰাশিৰ বাবে আজি আহিব পাৰে শুভ সংবাদ? এই সকলোবোৰ জানিবলৈ দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আজিৰ ৰাশিফল।মেষ : আপুনি আজি আলৌকিক শক্তিৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে। সিদ্ধি বিনায়কক স্মৰণ কৰক। আজিৰ দিনটোক আনক ধন ধাৰলৈ নিদিব। শুভ সংখ্যা ৮। YOUR … Read more

চাওক আপােনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ৮ এপ্ৰিল, শুকুৰবাৰ মেষ ৰাশি- অবাঞ্ছিত ভ্ৰমণ আপোনাৰ বাবে আজি ক্লান্তিকৰ প্ৰমাণিত হ’ব আৰু অসুবিধাৰ কাৰণ হ’ব পাৰে । সঞ্চয়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব । পৰিয়ালত সদ্ভাৱ থাকিব । আপুনি আজি গ্ৰহণ কৰা কোনো সিদ্ধান্তই আপোনাৰ লগতে পৰিয়ালকো উপকৃত কৰিব । পত্নীৰ সৈতে ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে । ব্যৱসায়ী সকলৰ বাবে দিনটো … Read more

Arundhati Gold Scheme

 Many parts of our country are plagued with social evils surrounding the girl child, like child marriage, female foeticide, dowry, etc. But the Assamese society, from time immemorial, is fortunate to be free from such evils. Though there is no dowry system prevalent in Assam, the parent of every girl desires to give something to … Read more

Aabir Love Story Part 9

আমাৰ আশে পাশে এতিয়া কিছু কথা বতাহত উৰি ফুৰিছে । ধৰি আনি ওঁঠত গুজি ল’বলৈহে আমি দুয়ো অপাৰগ ।
কোনে কয় ??
মৌনতা অসহনীয় । মইতো ভালপাওঁ, বহুত বেছি ভালপাওঁ । বুকুৰ ভিতৰৰ নেদেখাবোৰ চাবলৈ, নোপোৱাবোৰ চুবলৈ, মৌনতাৰ বাহিৰে আছেইবা কি ???
অনিৰুদ্ধৰ হাতৰ মুঠিটো লাহে লাহে আৰু বেছি সৱল হৈ আহিছে । সামান্য পোহৰত উজলি থকা মুখ খন মোৰ ফালে ঘূৰাই তেওঁ মোক চাই আছে, আৰু মই সন্মুখলৈ চাই ভাবিছোঁ…
যদি মই কেতিয়াবাই নিজক শেষ কৰি দিলোহেঁতেন, এই মুহুৰ্তৰ ভাল লগা খিনি হেৰুৱাই পেলালোহেঁতেন ।
ইমানবোৰ চকুপানীৰ পাছত হাঁহি এটা ৰৈ আছে বুলি নাজানিলোঁহেঁতেন ।
আমি আচলতে জীয়াই থকাৰ সপোন সদায় দেখিব লাগে ।
:অনন্যা…

Aabir Love Story Part 9

(adsbygoogle = window.adsbygoogle || []).push({});

:হমম
:কি ভাবিছা?ভয় লাগিছে নেকি ?
:Nope.
তেওঁ সৰুকৈ হাঁহি দিলে।উত্তৰ নো কি দিম । এইখিনি সময় মনে মনে থাকি পাৰ কৰিব খুজিছো । ভাল লাগিছে তেনেকৈয়ে ।  
কৰ্কশ শব্দ এটা কৰি লিফ্টখন খোল খালে । লাইটবোৰ জ্বলি উঠিল । অনিৰুদ্ধই হাতখন এৰি দিলে।দুয়ো ওলাই আহিলোঁ ।
:কি কাম আছে নোকোৱা ?
:এনেই, কিবা এটা ভাল নাইলগা আজি ।
:গা বেয়া লাগিছে ?
:নাই ।

Read more

Extension Notice for Online application of Grade III and Grade IV

Health Department Assam Apply Online 2022 ( Last Date Extended ) #simple_table { font-family: arial, sans-serif; border-collapse: collapse; width: 100%; background-color: #ffffff; color:black; } #simple_table td, #simple_table th { text-align: left; padding: 8px; border: 1px solid #808080; } #simple_table tr:nth-child(even) { background-color: #dddddd; } #simple_table tr:hover { background-color: #ffff99; } Extension Notice Check Now (adsbygoogle … Read more

Aabir Love Story Part 8

ৰূমৰ ওচৰ পালোহি । অনিৰুদ্ধ গান শুনাত ব্যস্ত । চকুকেইটা জপাই বেলেগ এখন পৃথিৱীত বিচৰণ কৰি আছে । আয়ু আৰু হিবা উঠি গ’লেই।মইহে ওলায়েই যাব পৰা নাই ।

Aabir Love Story Part 7

:Excuse me.
নাই, একো উত্তৰ নাই ।
উপায় নাপাই আঙুলিৰে তেওঁৰ বাহুত লাহেকৈ খুঁচি দিলো ।
:Oouch.
:মই নামিব লাগে।উঠি দিব নেকি ?
:নিদিওঁ ।
:What !!!!!
হাঁহি এটা মাৰি তেওঁ উঠিল।সকলোকে বিদায় জনাই নামি আহিলোঁ । তেওঁ খিড়িকীয়েদি চাই আছে ।এবাৰ ঘূৰি চালোঁ ।
ইংগিতত জনালে ফোন কৰিম।উত্তৰ নিদিলোঁ ।
আয়ু আৰু হিবাক কথা পাতিবলৈ এৰি মই আগবাঢ়িলোঁ । এইকেইটাৰ গোটেই ৰাস্তাটো কথা পাতিও এতিয়ালৈকে শেষেই নাইহোৱা ।
:ঐ জাপৰী, ৰহ ।

(adsbygoogle = window.adsbygoogle || []).push({});

Read more

DHS Assam Recruitment 2022 | 2720 Grade III & Grade IV Vacancy

Directorate of Health Services (DHS), Assam has released 2 advertisements for the recruitment of 2720 Grade III (Technical & Non-Technical) and Grade IV Vacancy under Directorate of Health Services (DHS) Assam. Interested and eligible candidates may apply online here. 


pb center

DHS Assam Recruitment 2022


1. Auxiliary Nurse Midwife (ANM)
No of posts:
 353 posts

Pay Scale: Rs.14,000-60,500/- with Grade Pay of Rs.6,200/-.
Educational Qualification: ANM Training passed from Assam Govt. Institution or Institution recognized by Indian Nursing Council and Assam Nursing Council and Registered under Assam Nursing Council with employment exchange registration of Assam.

2. Dark Room Assistant
No of posts:
 02 posts

Pay Scale: Rs.14,000-60,500/- with Grade Pay of Rs.5,000/-.


Educational Qualification: HSSLC Passed with having one year working experience.

3. Dietician
No of posts:
 01 post

Pay Scale: Rs.14,000-60,500/- with Grade Pay of Rs.8,700/-.
Educational Qualification: B.A./ B.Sc. in Home Science with Food & Nutrition as a special subject or Post Graduate in Food & Nutrition.

4. Driver
No of posts: 
73 posts


(adsbygoogle = window.adsbygoogle || []).push({});

Read more

Aabir Love Story Part 7

বিছনা খন আঁতৰাই টুল এখন আনি ফেন খনৰ একেবাৰে তলতে থ’লো ।
আত্মহত্যা মহাপাপ ।
পঢ়িছিলোঁ কেতিয়াবাই ।
কিন্তু নিজক ঘিণ কৰি কৰি জীয়াই থকাতো জানো পাপ নহয় ?

Aabir Love Story Part 7

সকলোৰে অশান্তিৰ কাৰণ নিজেই বুলি জনাৰ পাছত জীয়াই থকাটো জানো উচিত । !
গাঁঠিটো মাৰিব নাজানোঁ,কেইবাবাৰো চেষ্টা কৰি কৰিও পৰা নাই ।
ডায়েৰী খুলিও একো লিখি থৈ যোৱা নাই মই, লিখিবলৈ একো নায়েই ।
তেতিয়ালৈ মই যোগেশ দাদাই অনা ভাঙৰ নিচাত ডুবিয়েই আছোঁ, ৰাতি দুই বাজিছে।বগা বাংলোত নিস্তব্ধতাই বিৰাজ কৰিছে ।

(adsbygoogle = window.adsbygoogle || []).push({});

Read more