JEC LOVE STORY Chapter 1 Part 14

JEC Part 14 বাকী থকা দিনকেইটা মা দেউতাই যিমান পাৰে নিশাৰ লগত সহজভাৱে পাৰ কৰিলে। মাৰ বুজনি, দেউতাৰ মৰম, আইতাৰ খুহুতীয়া কথাবোৰে তাইক অলপ হলেও দুখ বোৰ পাহৰাত সহায় কৰা যেন লাগিল। কিন্তু মই জানো, কৰবাত কিবা এটা নাইকিয়া হৈ গল সেই আপোনভোলা ছোৱালীজনীৰ মাজত। পূজাৰ বন্ধ শেষ হল। ঘূৰি আহিছো #JEC কেম্পাচলৈ। এইবাৰ মোৰ … Read more

JEC LOVE STORY Chapter 1 Part 13

JEC Part 13 দেউতাহঁত ওলাই যোৱাৰ পিছত কাপোৰ যোৰ সলাই ললো।দাদাই কপাহী সূতাৰে বোৱা ৰঙা কুৰ্তা এটা দিছিল ৰাতিপুৱা। সেইটোকে উলিয়াই পিন্ধিলো। লগত বগা পাটিয়ালা পেন্ট অাৰু চুৰ্ণী এখনো দিছে। অাইনাখনত এবাৰ নিজকে চালো।কপাল খন সেন্দুৰৰ ৰঙেৰে ৰঙা।তাতোতকৈ বেছি ৰঙা তেওঁ চুই দিয়া গালখন।আইতা অাৰু নিশা এইবাৰ কথা পাতিবলৈ ডাইনিং টেবুলত বহিলহি। মইও গৈ ওচৰতে … Read more

JEC LOVE STORY Chapter 1 Part 12

  JEC Part 12 :কি হল অই। একদম জলি পকি আছে যে? নিশাই ফুচফুচাই শুধিলে। কেনেকৈ কওঁ মই? লাজতে গোটেইজনী মৰোঁ যেন হলো।:ইমান কিউট ফটো খন, চাওঁ চাওঁ দে না।টান মাৰি লৈ গ ল মোৰ হাতৰপৰা।:অৰ্ণৱ দাই দিলে? এইখনচোন আমি চাহ খাবলৈ যাওঁতে উঠোৱা। বাহ্ অৰ্ণৱ দা বাহ্।আপুনি কিন্তু ‘জেং’ মানুহ।জেং, বাঁহ দিয়া, bambo দিয়া … Read more

JEC LOVE STORY Chapter 1 Part 11

  JEC Part 11 মোৰ ঠাই, সেউজীয়া অাৰু জীপাল, গাড়ীৰ পৰা নামি অলপ দূৰ খোজকাঢ়ি যাব লাগে আমাৰ ঘৰলৈ, অট’ লৈও যাব পাৰি কিন্তু কথা পাতি পাতি খোজ কাঢ়ি যাবলৈ বেছি ভাল পাওঁ মই। আমাৰ ঘৰত গাড়ী নাই, কেতিয়াবা বিশেষ দৰকাৰ হলে বৰদেউতাৰ গাড়ীখন দেউতাই খুজি লৈ যায়। আজিও কৈছিল, কিন্তু এই খোজকঢ়া আমেজ কণৰ … Read more

JEC LOVE STORY Chapter 1 Part 10

  JEC Part 10 অাজি পঢ়া শুনা কোনেও কৰা নাই, এইকেইদিন পৰীক্ষা লৈ বুলি পঢ়ি পঢ়ি সবেই অাজি ভাগৰ মাৰিছে, সন্ধিয়া সময়ছোৱা গোটেই সোপা একেলগে সমীক্ষা বাহঁতৰ ৰুমত আড্ডা মাৰিলো। হোষ্টেলীয়া জীবনৰ আটাইতকৈ ভাল লগা সময়বোৰ এইবোৰেই। খিলখিল হাঁহি অাৰু বহুত কিবাকিবি কথা। সমীক্ষা বাৰ কথা বোৰ খুব জমনি, মইতো বায়ে কিবা কোৱাৰ আগতেই হাঁহো। … Read more

JEC LOVE STORY Chapter 1 Part 9

  JEC Part 9 অাজি প্ৰায় এমাহেই হল তেওঁক দোপাত্তাখন দিয়া, এতিয়াও ঘূৰাই নাই দিয়া। হাত ভাল হল, কলেজ আহিছে, কিন্তু সেইখন নিদিয়ে। খুজিবলৈ সাহস নাই বুলি জানে। এই এমাহে ফোন message একো নাই, কলেজত দেখিলেও নেদেখাৰ নিচিনা কৰে, চিনিয়েই নাপায় যেন। মনটো বেয়া লাগে, কিয় এনেকুৱা কৰে নাজানো, কেনেকে ভাবি লওঁ তেওঁ মোক ভাল … Read more

JEC LOVE STORY Chapter 1 Part 8

JEC Part 8 নিশাৰ ওচৰ পাইহে ভালকৈ উশাহ ললো। গাটো কঁপি আছে, গালখন আকৌ পুৰিছে।:কি হল ৰঙা আপেল?নিশাই গম পাইছে কিবা এটা।:হাঃ হাঃ, ভাল নাম দিছা, পিছে আস্থা, তুমি অাজি মই বনোৱা ছুজিৰ পায়স খাই যাব লাগিব, অৰ্ণৱৰ বৰ প্ৰিয়, তুমিও ভাল পালে মোৰ একো চিন্তাই নাই।কি কৈছে বুজি পোৱা নাই মই, বুকু খন অলপ … Read more

JEC LOVE STORY Chapter 1 Part 7

  JEC Part 7 ভৰিটো লাহে লাহে ভাল হল, সেইকেইদিন প্ৰতিদিনেই তেওঁ ফোন কৰিছিল, খবৰ লৈছিল, কিন্তু এতিয়া একেবাৰেই নাই, কিয় নাজানো, message বা ফোন একোৱেই নকৰে।কলেজত দেখিলেও নেদেখাৰ নিচিনা কৰে, কেতিয়াবা নিশাৰ লগত কথা পাতি গুচি যায়। খুব বেয়া লাগে মনত, কিয় এনেকুৱা কৰিছে, কি কৰিলো। ৰাতি শোৱাৰ আগত সদায় চাও ফোনটো, শুই থাকো … Read more

JEC LOVE STORY Chapter 1 Part 6

  JEC Part 6 Reply কৰিলো যদিও কি কথা পাতিম ভাবি পোৱা নাই। ফোনটো বাজি আছে, উঠাবলৈ সাহস হোৱা নাই, বহুত দেৰি ৰিং হোৱা পাছত উঠালো।:….:hey, are you sleeping?:ওহোঁ ।:একো নাই কোৱা যে?:কি কম?:তোমাৰ যি মনযায়।:……:ভৰি বেছিকে বিষাইছে?:ওহোঁ।:I am really sorry. But please, মই just তোমাক ভালকৈ চাব বিচাৰো আস্থা, অকণ সময় মোৰ ওচৰত ৰব … Read more

JEC LOVE STORY Chapter 1 Part 5

  JEC Part 5 চাওঁতে চাওঁতে প্ৰায় এমাহ পাৰ হল JEC ত। কাইলৈ freshers। হোষ্টেলত উখল মাখল পৰিবেশ। কিবা নহয় কিবা performance সবেই কৰিব, মইয়ো কৰিম। তাৰে practice আমাৰ ৰুমত। কথক মোৰ সদায় প্ৰিয়, প্ৰায় তিনিবছৰ শিকিছিলো, কিন্তু পঢ়াৰ কাৰণে সম্পুৰ্ণ নহল। এতিয়া আকৌ সবেই জোৰ কৰিলত নাছিব ওলাইছো। নিশাই নিজৰ গানৰ কাৰণে প্ৰস্তুত হৈছে, … Read more