এটা মুদ্ৰা বিক্ৰী হ’ল ১৩৮ কোটি টকাত, আপোনাৰ হাততো আছে নেকি এনেকুৱা মুদ্ৰা

আজিকালি পুৰণি নোট, মুদ্ৰাৰ প্ৰৱণতা অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। ই আপোনাক ৰাতিটোৰ ভিতৰতে কোটিপতি হোৱাৰ সুযোগ দিব পাৰে। যদি আপুনি পুৰণি মুদ্ৰা সংগ্ৰহ কৰিবলৈ ভাল পায়, ই আপোনাৰ বাবে যথেষ্ট লাভজনক বুলি প্ৰমাণিত হ’ব পাৰে। আজি আমি আপোনাক এটা মুদ্ৰাৰ বিষয়ে ক’বলৈ গৈ আছোঁ যিটো কিনিবলৈ ১৩৮ কোটি টকা বাজি লগোৱা হৈছে। – এই মুদ্ৰাটোৰ … Read more

JEC LOVE STORY Chapter 2 / Part 4

JEC Chapter 2 (Part 4)

অৰ্ণৱৰ ওচৰত এবাৰ ধৰা দিলে তুমি অাৰু কেতিয়াও আঁতৰি যাব নোৱাৰিবা।
:মানে?
:মানে তুমি তাক আগতে জানি লোৱা ভালকৈ,আমাৰ আউল লগা জীৱন দুটাৰ বিষয়ে।
:কৈ যাওক, মই শুনি আছো।

JEC LOVE STORY Chapter 2

Read more

JEC LOVE STORY Chapter 2 / Part 3

JEC Chapter 2 (Part 3)

সেই বিশেষ দিনটো মোৰ বাবে যিমান ভাল লগা হব লাগিছিল, সিমান নহল। কিবা এটা অপৰাধবোধে বাৰে বাৰে আমনি কৰে, মাৰ মুখ খন মনত পৰিলেই অৰ্ণৱৰ বুকুৰ মাজত কুচি মুচি সোমোৱা মই জনী উচপ খাই উঠো, নোহোৱা কৰি দিব বিচাৰোঁ সেই সময়খিনি। লাজ, ভয়, অনুশোচনাত বাৰুকৈয়ে দগ্ধ হৈছো। তেওঁৰ পৰা আঁতৰি থাকিবলৈ লৈছো আজিকালি, ফোনত কথা পাতিব বিচাৰিলেও পঢ়িবলৈ অাছে বুলি কাটি দিওঁ, তেওঁৰ খং উঠে, কিন্তু একো নকয়। এইকেইদিন যিমান পাৰো সোনকালে কলেজৰপৰা ওলাই আহোঁ, পৰীক্ষাৰ ওচৰ চপা বাবে ক্লাছবোৰো কমকৈ হৈছে। বাইদেউৰ দোকানলৈকো ওলাই নোযোৱা হলো।মুঠতে মই যেন নিজৰ পৰাই পলাই ফুৰিছো। অাজিও নিশাক নোকোৱাকৈয়ে ক্লাছৰপৰা ওলাই আহিলো, আজিকালি অনুৰাগ অাৰু নিশা প্ৰায়ে কথাত মচগুল হৈ থাকে, তাহাঁত দুটাৰ মাজত সোমাবলৈ মন নাযায়। কিবা মৰমলগা চৰাই পোৱালিৰ দৰে দুইটা, নিজৰ পৃথিবীত ব্যস্ত।অনুৰাগে নিশাৰ কাৰণে ৰুমত মেগী বনাই টিফিনত লৈ আহিছিল। কথাটো ক্লাছত ওলাই পৰিল, দুইটাকে গোটেইবোৰে বেৰি লৈ জোকাইছে। অলপ দেৰি সেইখিনিতে ৰৈ থাকি গুচি আহিলো। হোষ্টেলৰ ওচৰ পাই দেখো অৰ্ণৱ আগৰেপৰাই ৰৈ অাছে, দুপৰীয়া সময়। নেদেখাৰ ভাও জুৰি আঁতৰি যাব খুজিলো।

JEC LOVE STORY Chapter 2 / Part 3

Read more

অসম আৰক্ষীত নিযুক্তি দিয়া হ’ব ২০০০ উপ পৰিদৰ্শক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে সংবাদমেলত

বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেত আৰক্ষী অধীক্ষকৰ সৈতে হোৱা বৈঠক সম্পন্ন হোৱাৰ পিছতে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । সংবাদমেলত মুখ্যমন্ত্ৰীয়ে জনাইছে যে, অসম আৰক্ষীৰ শীঘ্ৰে ২০০০ উপ পৰিদৰ্শক নিযুক্তি দিয়া হ’ব ।

ড০ হিমন্ত বিশ্ব শৰ্মা

ইতিমধ্যে টুইটাৰযোগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে, শীঘ্ৰে ৩৫ হাজাৰ নিযুক্তি দিয়া হ’ব অসম আৰক্ষীত । ইয়াৰে ২৩ হাজাৰ আৰক্ষী আৰু ১২ হাজাৰ কামাণ্ডো । সেইদৰে সম্পূৰ্ণ সলনি হ’ব অসম আৰক্ষীত নিযুক্তি প্ৰক্ৰিয়া । দক্ষ যুৱক-যুৱতীয়ে যাতে চাকৰি লাভ কৰে সেই দিশত গুৰুত্ব দিয়া হ’ব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ।

JEC LOVE STORY Chapter 2 / Part 2

JEC Chapter 2  ( Part 2 ) ভিৰৰ পৰা আঁতৰি আগবাঢ়ি গলো তেওঁৰ ফালে।কলা ৰঙৰ জেকেটতোৰ পকেটত হাত ভৰাই ৰৈ আছে। এতিয়াহে ভালকৈ চাইছো তেওঁক, বুকু জুৰ পৰি যোৱাকৈ। শেতাঁ হাঁহি এটা মাৰি মোৰ ফালে চালে। আগতকৈ খীনাইছে,সোঁফালৰ চকুৰ তলৰ চিলাইৰ দাগটো এতিয়াও সতেজ,থুতৰিৰ তলত আৰু এটা দাগ। মন গৈছিল আলফুলে হাত ফুৰাই দিবলৈ, নোৱাৰিলো।তেওঁৰ … Read more

JEC LOVE STORY Chapter 2 / Part 1

JEC Chapter 2 ( Part 1 )

তিনিদিন ধৰি তেওঁৰ খবৰ উৎপল দাৰ পৰাই লৈ আছো। অলপ দেৰি ফোন নাহিলেই মনত কিবা কিবি ভাব আহিবলৈ লৈছে। অাজি ৰাতিপুৱাৰপৰা কেইবাবাৰো ফোন কৰিছো কিন্তু উঠোৱা নাই।
:নিশা, তই কৰি চা না এবাৰ। কিজানি উঠায়।
:আস্থা, তই বেছি নাৰ্ভাছ হৈছ। উৎপল দা কি কামত বা দৌৰি অাছে। অলপ পাছত নিজেই কৰিব চাবি।

atOptions = {
‘key’ : ‘0c50665da1732a7cb7c8c8147784e5ba’,
‘format’ : ‘iframe’,
‘height’ : 60,
‘width’ : 468,
‘params’ : {}
};
document.write(”);

JEC LOVE STORY Chapter 2 / Part 1

Read more

Assam Orunodoi Scheme Application Form PDF 2021

Assam Arunodoi Scheme Form PDF 2021 :— Orunodoi Scheme has been announced by Assam Health Minister Mr. Himanta Biswa Sarma on 12 August 2020. This scheme for women empowerment and provide financial support directly. This Arunodoi Scheme is mainly for housewives women and the purpose of this scheme to empower the homemaker women. This scheme will … Read more

CBSE Board 12th Exam : কেতিয়া হ’ব CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ? কেতিয়া ঘোষণা কৰা হ’ব পৰীক্ষাৰ দিন ?

CBSEৰ দ্বাদশ ব’ৰ্ড পৰীক্ষা সন্দৰ্ভচ ১ জুনত ঘোষণা কৰিব পাৰে । সূত্ৰ অনুসৰি, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে ব’ৰ্ড পৰীক্ষাৰ তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰিও, ব’ৰ্ড পৰীক্ষাৰ বিন্যাস আৰু ইয়াক কেনেদৰে পৰিচালনা কৰা হয় সেই সন্দৰ্ভতো চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ।

CBSE Board 12th Exam

CBSEৰ দ্বাদশ ব’ৰ্ড পৰীক্ষা সন্দৰ্ভচ ১ জুনত ঘোষণা কৰিব পাৰে। সূত্ৰ অনুসৰি, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে ব’ৰ্ড পৰীক্ষাৰ তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা আছে । ইয়াৰ উপৰিও, ব’ৰ্ড পৰীক্ষাৰ বিন্যাস আৰু ইয়াক কেনেদৰে পৰিচালনা কৰা হয় সেই সন্দৰ্ভতো চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে । সূত্ৰ অনুসৰি, যোৱা বছৰ কোভিড প্ৰটোকল মতে জুলাইত অনুষ্ঠিত হোৱাৰ দৰে এইবেলিও তেনেদৰে এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । সূত্ৰ অনুসৰি চিবিএছইয়ে ১৫ জুলাইৰ পৰা ২৬ আগষ্টৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ আৰু ছেপ্টেম্বৰত ফলাফল ঘোষণা কৰাৰ প্ৰস্তাৱ দিছে ।

(adsbygoogle = window.adsbygoogle || []).push({});

Read more

PUBG Mobile India Pre-registration: Battleground Mobile India pre-registration to go live TODAY at THIS TIME – check here

Finally, the wait has come to an end and as per an announcement by Krafton, the pre-registrations for Battlegrounds Mobile India are set to begin from today, May 18, 2021. The pre-registration link can go live from 12 PM.  
PUBG Mobile India Pre-registration: Battleground Mobile India pre-registration to go live TODAY at THIS TIME - check here

PUBG Mobile India Pre-registration: Yes, today is the D-day for the gamers and PUBG lovers from India. Finally, their wait has come to an end and as per an announcement by Krafton, the pre-registrations for Battlegrounds Mobile India are set to begin from today, May 18, 2021. The pre-registration link can go live from 12 PM.

JEC LOVE STORY Chapter 1 Part 15


JEC Part 15

jec love story

বিচনাত পৰি হেজাৰবাৰ ভাবিছো তেওঁক ফোন কৰিম নে নকৰিম। নিশাৰ আগত যিমানেই সাহসী নেদেখুৱাও কিয় তেওঁৰ আগত মুখ খুলি কথা কব নোৱাৰোঁ মই ।হয়তো কেতিয়াও নোৱাৰিম। বাৰে বাৰে হাৰি যাও সেই মায়া সনা চকুজুৰিৰ মাজত। কিন্তু তেওঁক কৰা আঘাতে মোকো শান্তিৰে থাকিবলৈ দিয়া নাই। মোৰ শব্দই কাৰোবাক আঘাত কৰিছে, তাকো মোৰ প্ৰিয় মানুহজনক। ফোনটো উলিয়াই নম্বৰটো ডায়েল কৰিলো। কিন্তু এবাৰ ৰিং হওঁতেই কাটি দিলো ।গাৰুৰ তললৈ সুমুৱাই দিছো মোবাইলটো। কি কম তেওঁক? আগ পিছ একো নভবাকৈ ফোন কিয় লগাইছিলো। নিজৰ মূৰতে নিজে মাৰিছো। সঁচাই পাগল মই। কিন্তু মিছ্দ কল দেখি যদি ফোন কৰে? কি বুলি কম। নাই বহুত দেৰিলৈকে নাই অহা ফোন। নকৰে চাগে। বাৰটাই বাজিব হল। ইকাটি সিকাটি কৰি পৰি আছো। টোপনি অহা নাই।

(adsbygoogle = window.adsbygoogle || []).push({});

ফোনৰ ভাইব্ৰেশ্বনৰ শব্দত সাৰ পালো, সময় চাইছোঁ, দুটা বাজিছে।
অৰ্ণৱৰ ফোন।
:আস্থা…
আস্। বাৰে বাৰে প্ৰেমত পৰো এইষাৰি মাতৰ।
:হমম।
:সঁচাকে বহুত বেয়া পোৱা মোক?
তেওঁৰ কথাবোৰ আন দিনাৰ দৰে নহয়, খং অভিমান একোৱেই নাই, অাছে মাত্ৰ আকুলতা। মোক হেৰুৱাই পেলোৱাৰ ভয়।
:Please tell it was a lie. Please.I beg you, I can’t live like this Astha.
:..

Read more