ৰাজ্যত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ…

ৰাজ্যত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ… (adsbygoogle = window.adsbygoogle || []).push({}); ৰাজ্যত হঠাতে বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ । মঙলবাৰৰ দিনটোত ৰাজ্য়ত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ২১০ গৰাকী লোক । দিনটোত ক’ভিড পজিটিভিটী ৰেট ১০.১৪ শতাংশ । কামৰূপ মহানগৰ জিলাত মঙলবাৰৰ দিনটোত ৯৮গৰাকী লোক আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে । দেশৰ লগতে অসমটো উদ্বেগজনক … Read more

কেনেকুৱা মাস্ক ব্যৱহাৰৰ পৰামৰ্শ দিয়ে বিশ্ব স্বাস্থ্য সংস্থাই ?

  বিশ্ব স্বাস্থ্য সংস্থাই কোভিড-19 প্ৰতিৰোধৰ বাবে নিৰ্দেশনা জাৰি কৰিছে আৰু বিতংভাৱে চাৰ্জিকেল মাস্ক আৰু কাপোৰৰ মাস্কৰ বিষয়ে কৈছে । ক’ৰোনা মহামাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ সমগ্ৰ বিশ্বৰ বিশেষজ্ঞসকলে মাস্ক পিন্ধিবলৈ নিৰন্তৰ জোৰ দি আছে । মানুহে সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ মাস্ক ব্যৱহাৰ কৰি আছে । কিন্তু বজাৰত উপলব্ধ বহুতো মাস্কত ক’ৰোনা সংক্ৰমণৰ পৰা সুৰক্ষা … Read more

শুকুৰবাৰৰ দিনটোত ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হয় ৫৬২৬জন লোক । বিপৰীতে ৪৭ জন ক’ভিড আক্ৰান্তৰ মৃত্যু হয় ।

  Covid-19 in Assam:  বিগত ২৪ ঘণ্টাত ৰাজ্যত ৫ সহস্ৰাধিক লোক Covid-19ত আক্ৰান্ত , ৪৭জনৰ মৃত্যু ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা প্ৰতিদিনেই বৃদ্ধি হ’বলৈ লৈছে । শুকুৰবাৰৰ দিনটোত ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হয় ৫৬২৬জন লোক । বিপৰীতে ৪৭ জন ক’ভিড আক্ৰান্তৰ মৃত্যু হয় । (adsbygoogle = window.adsbygoogle || []).push({}); বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত ১৫৫১দজন লোক … Read more

বিৰাট আৰু অনুষ্কাই আগবঢ়ালে কোৰোণাৰ বিৰুদ্ধে যুঁজলৈ ২ কোটি টকাৰ সহায় ।

Fight Against Covid 19 in India :   কোৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ বিৰাট কোহলিয়ে অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মাৰ সৈতে মিলি আৰম্ভ কৰিছে পুজি গঠনৰ এক অভিযান । ক্ৰাউড ফাণ্ডিং গোট কেটোৰ জড়িয়তে সাত কোটি টকা সংগ্ৰহৰ লক্ষ্য বিৰাট-অনুষ্কাৰ । নিজে দান দিলে ২ কোটি টকা । টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি (Virat Kohli) আৰু তেওঁৰ পত্নী অভিনেত্ৰী … Read more

ৰাজ্যত আৰম্ভ ১৮–৪৪ বছৰ বয়সৰ লোকক প্রতিষেধক প্রদান প্রক্রিয়া

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ ব্যক্তিক ক’ভিড ভেকচিন দিয়াৰ যি ঘোষণা কৰিছিল সেয়া বুধবাৰৰ পৰা অসমত শুভাৰম্ভ হয় ৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত বুধবাৰে গুৱাহাটী প্রেছ ক্লাবত ১০০গৰাকী সাংবাদিক আৰু জি এম চি এইচত বিশেষভাৱে সক্ষম লোকক ভেকচিন প্রদান কৰা হয় ৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে ৪৫ বছৰ ঊর্ধ্বৰ বয়সৰ … Read more

COVID-19 in India: কোৰোণাই ভংগ কৰিলে অভিলেখ, বিগত ২৪ ঘণ্টাত ৪.১২ লাখ লোক আক্ৰান্ত

বিগত দিনটোত দেশত ৪ লাখ ১২ হাজাৰ ৩৭৩টা নতুন পজিটিভৰ ঘটনা পোগৰলৈ আহিছে। আনহাতে, ৩,৯৭৯জন লোকৰ মৃত্যু হৈছে । Coronavirus outbreak in India Latest Update:  দেশত কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোণা ৰোগীৰ সংখ্যা। বিগত ২৪ ঘণ্টাত নতুন ৰোগী আৰু মৃত্যুৰ সংখ্যাই পুৰণি সকলো অভিলেখ ভংগ কৰিছে। বিগত … Read more

১ মে’ৰ পৰা ১৮ বছৰৰ উৰ্ধ্বক ক’ৰোনা ভেকচিন, কেৱল অনলাইনত হ’ব পঞ্জীয়ন ! Covid-19 Vaccine

Covid-19 Vaccine :  অহা ১ মে’ৰ পৰা দেশত আৰম্ভ হ’ব ১৮ বছৰৰ উৰ্ধ্বৰ সকলো লোকৰ Covid-19ৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া । ইয়াৰ কাৰণে অহা ২৮ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব পঞ্জীয়ন । অহা ১ মে’ৰ পৰা দেশত আৰম্ভ হ’ব ১৮ বছৰৰ উৰ্ধ্বৰ সকলো লোকৰ Covid-19ৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া । ইয়াৰ কাৰণে অহা ২৮ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব … Read more

Singer Zublee Baruah Tests Positive for COVID-19

Zublee said that she is having mild symptoms and advised those who came in contact with her in the last 6-7 days to get themselves tested. Guwahati: As the second wave of Coronavirus has hit Assam, several famous personalities in the state have tested positive for the virus, the latest being noted singer Zublee Baruah. … Read more

কোৰোণাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও মহাবিদ্যালয়ে সাময়িকভাৱে স্থগিত কৰিলে স্নাতক প্ৰথম ষান্মাসিকৰ পৰীক্ষা

নগাঁও মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষাসমূহ কোভিদ বিধি মানি শ্ৰেণীকোঠাতে অনুষ্ঠিত কৰাৰ কথা আছিল। নগাঁও জিলাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান নগাঁও মহাবিদ্যালয়ে ( স্বতন্ত্ৰ) স্নাতক প্ৰথম ষান্মাসিকৰ চলি থকা পৰীক্ষা সাময়িকভাৱে স্থগিত ৰাখিছে বুলি অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে  প্ৰকাশ কৰিছে। নগাঁও জিলাত কোভিড-১৯ৰ  ব্যাপক সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত মহাবিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। স্থগিত ৰখা উক্ত পৰীক্ষা সম্পৰ্কে … Read more