Ban! পাকিস্তানত নিষিদ্ধ হ’ল Facebook, WhatsApp, Twitterকে ধৰি কেইবাটাও ছচিয়েল মিডিয়া এপ
পাকিস্তানত নিষিদ্ধ কৰা হৈছে ছচিয়েল মিডিয়া সেৱা । ইয়াৰ ভিতৰত আছে ফেচবুক, টুইটাৰ, হোৱাটছএপ, ইউটিউব আৰু টেলিগ্ৰাম । পাকিস্তানত নিষিদ্ধ কৰা হ’ল ফেচবুক, টুইটাৰ, হোৱাটছএপ, ইউটিউব, টিকটক আৰু টেলিগ্ৰামৰ দৰে ছচিয়েল মিডিয়া প্লেটফৰ্ম (Social Media Platform) । দেশখনত পুৱা ১১ বজাৰ পৰা আবেলি ৩ বজালৈ নিষিদ্ধ কৰা হৈছে এই ছ’চিয়েল মিডিয়া এপসমূহ। শুকুৰবাৰে পাকিস্তানৰ গৃহ … Read more