১১ এপ্ৰিলৰ পৰা চৰকাৰী আৰু ব্যক্তিগত কৰ্মস্থানত উপলব্ধ হ’ব কোৰোণা টিকাকৰণৰ সুবিধা
চৰকাৰে স্পষ্ট কৰি দিছে যে কৰ্মক্ষেত্ৰত কোনো বাহিৰৰ লোকক টিকাকৰণ কৰা নহ’ব । দেশত ব্যাপক কোৰোণা ৰোগীৰ (Covid-19 Case) প্ৰতি লক্ষ্য ৰাখি, কেন্দ্ৰীয় চৰকাৰে টিকাকৰণৰ পৰিসৰ অধিক সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লৈছে । বুধবাৰে কেন্দ্ৰীয় চৰকাৰে জনাইছিল যে ১১ এপ্ৰিলৰ পৰা চৰকাৰী আৰু ব্যক্তিগত কৰ্মস্থানত (Government-Private Work Places) টিকাকৰণ সুবিধা আৰম্ভ কৰা হ’ব। অৱশ্যে, এই সুবিধাৰ … Read more