৪ আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত ব্যৱহাৰিক পৰীক্ষা

 ৪ আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত/হাইমাদ্ৰাছাৰ ব্যৱহাৰিক পৰীক্ষা। আজি অসম মাধ্যমিক শিক্ষা পৰিষদে এক গোহাৰিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। উল্লেখ্য যে, ৪ আৰু ৫ মাৰ্চত পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব পৰীক্ষা সমূহ। অন্যহাতে লিখিত পৰীক্ষা সমূহ ২০২১ চনৰ ১১ মে’ৰ পৰা অনুষ্ঠিত হ’ব ।

মাৰ্চ মাহতেই অনুষ্ঠিত হ’ব অসম বিধান সভা নিৰ্বাচন ll ২ মে’ত ভোট গণনা হ’ব অসমত

 মাৰ্চ মাহতেই অনুষ্ঠিত হ’ব অসম বিধান সভা নিৰ্বাচন, ঘোষণা কৰিলে নিৰ্বাচনী আয়োগে আজি ২৬ ফেব্ৰুৱাৰীত দিল্লীৰ বিজ্ঞান ভৱনত নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ উপস্থিতিত সংবাদমেল অনুষ্ঠিত হয়। অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ২৭ মাৰ্চত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। ১ এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। ৬ এপ্ৰিলত অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। এই … Read more

List of beneficiaries Girls’ students for distribution of scooters 2020-21

  List of beneficiaries Girls’ students for distribution of scooters 2020-21 Check List of beneficiaries Girls’ students for distribution of scooters 2020-21 https://directorateofhighereducation.assam.gov.in/documents-detail/list-of-beneficiaries-girls-students-for-distribution-of-scooters-2020-21 Click Here  2018-18 List  Check 2020-21 List  — Click Here Click Here

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব যোৰহাট-মাজুলী সংযোগী দলঙৰ ভূমিপূজন

 কাইলৈ যোৰহাট-মাজুলী সংযোগী দলঙৰ ভূমি পূজন । দুদিনীয়া ভ্ৰমণসূচীৰে আজি মাজুলীত উপস্থিত হ’ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বহু প্ৰত্যাশিত যোৰহাট-মাজুলী সংযোগী দলঙৰ ভূমিপূজন কাৰ্যসূচীৰ প্ৰস্তুতি তুংগত। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি এই দলঙৰ ভূমিপূজনৰ শুভাৰম্ভ কৰিব কাইলৈ । মাজুলীবাসীৰ উন্নয়নৰ বাটত হেঙাৰ হিচাপে থিয় দিয়া দলংখনৰ কাম আৰম্ভণিৰ খবৰ লাভৰ পাছতে মাজুলী সৰ্বস্তৰৰ মানুহৰ মাজত উৎসৱ মুখৰ … Read more

আজি মিছিং সকলৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং, গহপুৰতো উদযাপন

 আজি ফাগুন মাহৰ প্ৰথম বুধবাৰ । মিছিং জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং আজি। আজিৰ দিনটোৰ পৰাই পথাৰত শস্য সিঁচা আৰম্ভ হয়। অসমৰ ভূমিপুত্ৰ মিছিং জনগোষ্ঠীয় লোকসকলে উলহ মালহেৰে উদযাপন কৰে এই উৎসৱটি। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে গহপুৰ নগৰতো কেন্দ্ৰীয় ভাৱে আয়োজন হৈছে আলি-আয়ে-লৃগাং। ঐনিতমৰ তালে তালে জীয়ৰী বোৱাৰীয়ে নাচি-বাগি আনন্দ উল্লাহ কৰা পৰিলক্ষিত হৈছে l

নিবনুৱাৰ বাবে অসম চৰকাৰে কঢ়িয়াইছে সুখবৰ ! সপ্তম উত্তীৰ্ণই মাহিলী লাভ কৰিব ৮,৪০০ টকা

 এই সুযোগ আগবঢ়াইছে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে । Last Date – 5 Mar 2021 নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰে নিবনুৱাৰ বাবে আনিছে কেইবাটাও ভাল খবৰ । ৰাজ্যৰ পঞ্চায়তে পঞ্চায়তে ওলাইছে নতুন চাকৰি ।               এতিয়াৰ  পৰা সপ্তম শ্ৰেণীত উত্তীৰ্ণয়ো লাভ কৰিব  ৮,৪০০ টকাৰ মাহিলী দৰমহাৰ চাকৰি । এই … Read more

আজব অ’ফাৰ! ভেলেণ্টাইন দ্য়ে’ উপলক্ষে অসুখী দম্পতিলৈ আগবঢ়োৱা হৈছে এই সুবিধা!

  ভেলেণ্টাইন দ্য়ে’ লৈ মাজত মাথো কেইটামান দিন। বহু প্ৰেমিক প্ৰেমিকা এই দিনটোৰ বাবে অধীৰ অপেক্ষাৰে ৰৈ থাকে। প্ৰেমিক যুটিবোৰক আকৰ্ষিত কৰিবলৈ সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠানৰ লগতে দোকান পোহাৰসমূহত ব্যস্ততা বঢ়াও পৰিলক্ষিত হয়। ভেলেণ্টাইন দ্য়ে’ৰ প্ৰাকক্ষণত ব্যৱসায়ৰ এক প্ৰচাৰ হিচাপে টিনিজৰ ক্ৰছভিলেৰ দ্য পাৱাৰ্ছ  ল’ ফাৰ্মে আগবঢ়াইছে আজব অ’ফাৰ। তেওঁলোকে ভেলেণ্টাইন দ্যে’ত আয়োজন কৰা হৈছে … Read more

No test required for driving license ! When will this system be effective ? ড্ৰাইভিং লাইচেঞ্চৰ বাবে দিব নালাগে পৰীক্ষা ! কেতিয়া কাৰ্যকৰী হ’ব এই ব্যৱস্থা ?

 ড্ৰাইভিং লাইচেঞ্চৰ বাবে দিব নালাগে পৰীক্ষা ! কেতিয়া কাৰ্যকৰী হ’ব এই ব্যৱস্থা ? সকলো ঠিকে থাকিলে মন্ত্ৰণালয়ে আগন্তুক সময়ত ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰক স্বীকৃতি দিব। ড্ৰাইভিং লাইচেঞ্চ এক গুৰুত্বপূৰ্ণ নথি । আপোনাৰ যদি ড্ৰাইভিং লাইচেঞ্চ নাথাকে আৰু আপুনি ৰাস্তাত গাড়ী চলাবলৈ গৈ ধৰা পৰে তেন্তে আপোনাৰ ৫ হাজাৰ টকা জৰিমনা হ’ব । আনহাতে, ড্ৰাইভিং লাইচেঞ্চ পোৱাটোও … Read more

ডেটিঁং এপৰ জৰিয়তে প্ৰৱঞ্চনা! শাৰীৰিক সম্পৰ্কৰ আশা দেখুৱাই ১৬ জন লোকৰ পৰা ধন সোণ লুটি নিলে এগৰাকী মহিলাই

 ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীক। আৰক্ষীয়ে মহিলাগৰাকীৰ পৰা নগদ ১৫ লাখ টকা, সোণৰ গহনা জব্দ কৰিছে।  ডেটিং এপ! বহু অকলশৰীয়া লোকে নিজৰ অৱসৰ বিনোদনৰ বাবে ব্যৱহাৰ কৰি আহিছে ডেটিং এপ। এই এপ ব্যৱহাৰৰ জৰিয়তে বহু যুৱক-যুৱতীক প্ৰেমৰ জালত পেলাই একাংশ দুষ্ট চক্ৰই প্ৰৱঞ্চনা কৰি অহাৰ কথাও প্ৰায়ে শুনিবলৈ পোৱা যায়। অনলাইন ডেটিং এপৰ জৰিয়তে প্ৰেমৰ অভিনয় কৰি … Read more

NOKIA FLIP MOBILE NOKIA 2720 IS COMING IN THE MARKET, WILL HAVE GREAT FEATURES

 HIGHLIGHTS The Nokia 2720 Will Have A 1,500mAh Battery And Will Also Feature A Nano-SIM Slot. Nokia’s Upcoming Flip Phone Nokia 2720 Will Support Many Popular Apps HMD Global’s famous brand Nokia is trying to give its users a retro feel and is preparing to launch the flip mobile Nokia 2720 soon. Recently this feature phone … Read more