আধাৰ কাৰ্ডত নাম বা ঠিকনা ভুল? হেল্পলাইন নম্বৰত ফোন কৰক আৰু ঘৰতে বহি সকলো শুদ্ধ কৰি লওক!

  কোনো আধাৰকেন্দ্ৰলৈ যাব নালাগে। ঘৰত বহিয়েই শুদ্ধ কৰিব পাৰিব জন্ম তাৰিখ, নামৰ বানান। আনকি ঠিকনাও সলনি কৰিব পাৰিব  ঘৰতে  বহি l আধাৰ কাৰ্ডত প্ৰায় ভুল দেখা যায় । কেতিয়াবা যদি নামৰ বানান ভুল থাকে, কেতিয়াবা ঠিকনা ভুল থকা দেখা যায়। কিন্তু আধাৰ কাৰ্ডত থকা ভুল, শুদ্ধ কৰি লোৱাটো অত্যন্ত জৰুৰী । কিন্তু আধাৰ কেন্দ্ৰলৈ যাবলৈ … Read more

ৰাজ্যৰ শিক্ষা খণ্ডত শুকুৰবাৰে হ’ব সৰ্ববৃহৎ নিযুক্তি প্ৰক্ৰিয়া ।

ৰাজ্যৰ শিক্ষা খণ্ডত শুকুৰবাৰে হ’ব সৰ্ববৃহৎ নিযুক্তি প্ৰক্ৰিয়া ।  ভংগ হ’ব ২০১২-১৩ বৰ্ষৰ অভিলেখ । অহা ৫ফেব্ৰুৱাৰীত ৰাজ্যত নতুনকৈ নিযুক্তি লাভ কৰিব ২৯,৭০০ শিক্ষকে। নতুনকৈ নিযুক্তিপ্ৰাপ্ত সকলো শিক্ষকক সৰুসজাই ষ্টেডিয়ামত নিযুক্তি  পত্ৰ বিতৰণ কৰা হ’ব।              হ’বলগীয়া নিযুক্তিৰ সন্দৰ্ভত বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে এখন সংবাদমেল। মন্ত্ৰীগৰাকীৰ মতে, দুটা ভাগত ভাগ কৰা হৈছে এই … Read more

ইউ টিউবত শিকিলে হেকিং, পিতৃক ১০ কোটি টকা দাবী ১১ বছৰীয়া ‘হেকাৰ’ পুত্ৰৰ

 এক আচৰিত ঘটনা। পঞ্চম শ্ৰেণীত অধ্যয়নৰত ১১ বছৰীয়া ছাত্ৰ পাৰ্গত হ’ল কম্পিউটাৰ হেকিং বিদ্যাত। ইউটিউব ভিডিঅ’ যোগে শিকিলে হেকিং বিদ্যা। অৱশ্যে পুত্ৰৰ হেকিং বিদ্যাৰ প্ৰথম বলি হল স্বয়ং পিতৃ। ঘটনাটো হৈছে উত্তৰ প্ৰদেশৰ গাজীয়াবাদত। ঘটনা অনুসৰি, ১১ বছৰীয়া পুত্ৰই পৰিয়ালৰ অজ্ঞাতে ইউটিউবৰ জৰিয়তে শিকি আছিল হেকিং পদ্ধতি। এই বিদ্যা শিকি কিশোৰ পুত্ৰই প্ৰথম লক্ষ্য কৰি … Read more

Cheques distributed to beneficiaries under Re-SVAYEM

  At least 480 Self-Help Groups were distributed cheques under the Re-Swami Vivekananda Assam Youth Empowerment GOALPARA : At least 480 Self-Help Groups were distributed cheques under the Re-Swami Vivekananda Assam Youth Empowerment (Re-SVAYEM) scheme in Goalpara on Friday at the Natasurya Phani Sarma Bhavan. To adopt income generating scheme, every individual beneficiary will receive Rs … Read more

Realme X7 and X7 Pro are coming to India on February 4

 The Realme X7 and X7 Pro introduced last September will make their debut in India on February 4. The launch will be streamed on Realme’s official YouTube channel and social media accounts starting at 12:30PM IST (7AM UTC). Realme sent us a special media invite for the launch of the X7 series in India. It includes a real MediaTek chip … Read more

দুই কিশোৰে ঘৰতে তৈয়াৰ কৰিছে পানী জাহাজ, এটিএম, কেমেৰা, হিটাৰকে ধৰি কেইবাটাও যন্ত্ৰ

  হাত তালি বজালেই জ্বলি উঠে বাল্ব, মুহুৰ্ততে চাফা হৈ যায় মকৰাৰ জাল ৷ উদ্ভাৱনী শক্তিৰে সকলোকে চমক দিছে বাক্সাৰ কদলতলাৰ দুই কিশোৰ ভাতৃ জ্যোতিষ্মান ভট্টাচাৰ্য আৰু নয়নজ্যোতি ভট্টাচাৰ্যই দুই কিশোৰে লকডাউনৰ সময়ৰ পৰা দুই ভাতৃয়ে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে গাঁৱৰ ঘৰতেই তৈয়াৰ কৰিছে বিভিন্ন যন্ত্ৰ ৷ দৰ্জী পিতৃৰ দুই সন্তানে লকডাউনৰ সময়চোৱাৰ সদব্যৱহাৰ কৰি হিটাৰ, … Read more

গণৰাজ্য দিৱসৰ দিনটোতে আহিছে ভাল খবৰ, অসমৰ আমিনগাঁৱত স্থাপন হ’ব ইছৰোৰ কেন্দ্ৰ

  ৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনটোতে ৰাজ্যলৈ আহিছে এক সুখবৰ । এফালে দিল্লীত কৃষক আন্দোলনৰ হিংসাই চৰম সীমা পোৱাৰ বিপৰীতে অসমৰ আমিনগাঁৱত ইছৰোৰ কেন্দ্ৰ স্থাপন হোৱাৰ খবৰ আহিছে । উল্লেখ্য যে, ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ মুখ্য কেন্দ্ৰটো তখা উৎক্ষেপণ কেন্দ্ৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত আছে । ইয়াৰ নাম সতীশ ধৱন  মহাকাশ কেন্দ্ৰ । কিন্তু দেশৰ প্ৰথমটো কেন্দ্ৰ … Read more

Republic Day 2021: প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক পদ্ম ভূষণ সন্মান, চাওক পদ্ম বঁটাপ্ৰাপকৰ সম্পূৰ্ণ তালিকা

গণৰাজ্য দিৱস উপলক্ষ্যে ঘোষণা কৰা হ’ল পদ্ম সন্মান। দেশৰ অন্যান্য বিশিষ্ট লোকসকলৰ মাজত অসমৰ সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক পদ্ম ভূষণ সন্মান প্ৰদান কৰা হৈছে। তিনিবাৰৰ মুখ্যমন্ত্ৰীগৰাকীক মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে দেশৰ তৃতীয় সৰ্বোচ্ছ অসামৰিক সন্মান। আনহাতে অসমৰ পৰা বিজেপিৰ প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী, লখিমী বৰুৱা, গোপীৰাম বৰগায়ন বুঢ়াভকত, দুলাল মানকি, বিৰুবালা ৰাভা, ৰোমান শৰ্মা, … Read more

‘অসমত আকৌ এবাৰ বিজেপিৰ চৰকাৰ’, NDA-লৈ ৭৩-৮১ খন আসন, ইউপিএ-য়ে পাব ৩৬-৪৪খন, কিন্তু কেনেকৈ…

কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনৰ পিছতে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা বিজেপিয়ে ইতিমধ্যে প্ৰায় ৫ বছৰ অসমত শাসন কৰিছে। পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ অসমত বিজেপিয়ে সকলো প্ৰকাৰেৰে চেষ্টা অব্যাহত ৰাখিছে। বিজেপিৰ লগতে মিত্ৰতাত থকা অসম গণ পৰিষদ আৰু বিপিএফে ২০১৬ চনত অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল যদিও এইবাৰ বিজেপিৰ সৈতে বিপিএফ নথকাটোৱে প্ৰায় নিশ্চিত। … Read more

৫৫ বছৰৰ পিছত গণৰাজ্য দিৱসৰ অনুষ্ঠানত ভাৰতত উপস্থিত নাথাকিব কোনো বিদেশৰ অতিথি…

কভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত উপস্থিত নাথাকিব কোনো বিদেশৰ অতিথি। একেদৰে অনুষ্ঠানত উপস্থিত থাকিবলগীয়া লোকৰ বয়সৰ ক্ষেত্ৰতো বান্ধি দিয়া হৈছে নিয়ম। উল্লেখ্য যে, ৰাফেল বিমানেৰে প্ৰদৰ্শন কৰা হ’ব বিশেষ কলা। একেদৰে অনুষ্ঠানত ৬৫ বছৰৰ ওপৰৰ আৰু ১৫ বছৰৰ তলৰ কোনো লোক উপস্থিত নাথাকে। আনহাতে ৫৫ বছৰ পিছত গণৰাজ্য দিৱসৰ অনুষ্ঠানত উপস্থিত … Read more