ৰাজ্যৰ ৯৫ শতাংশ প্রতিবন্ধী লোক ভোটদানৰ পৰা বঞ্চিত
‘অসমত নির্বাচনৰ দিন ঘোষণা কৰি নির্বাচন আয়োগে পোষ্টেল বেলটৰ জৰিয়তে বয়োজ্যেষ্ঠ আৰু প্রতিবন্ধী লোকক ভোটদানৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰে ৷ পোষ্টেল বেলটৰ জৰিয়তে ভোট দান প্রক্রিয়া সামৰণি পৰে যদিও ৰাজ্যৰ ৯৫ শতাংশ প্রতিবন্ধী লোক এই সুবিধাৰ পৰা বঞ্চিত হৈছে৷’ – এই অভিযোগ প্রতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকাৰৰ ৷ দিছপুৰ … Read more