- বিনামূলীয়া চিটি স্কেন সেৱা ।
- বিনামূলীয়া এক্স-ৰে সেৱা ।
- বিনামূলীয়া পৰীক্ষাগাৰ সেৱা যেনে- ৰক্ত পৰীক্ষা, ইমেজিং স্কেন ইত্যাদি ।
#simple_table {
font-family: arial, sans-serif;
border-collapse: collapse;
width: 100%;
background-color: #ffffff;
color:black;
}
#simple_table td, #simple_table th {
text-align: left;
padding: 8px;
border: 1px solid #808080;
}
#simple_table tr:nth-child(even) {
background-color: #dddddd;
}
#simple_table tr:hover {
background-color: #ffff99;
}
| আচঁনিৰ নাম | অসমৰ মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচী । |
| আৰম্ভনি | ১১ মে ২০১৭। |
| সুবিধা | বিনামূলীয়া চিটি স্কেন সেৱা । বিনামূলীয়া এক্স-ৰে সেৱা । বিনামূলীয়া লেবৰেটৰী সেৱা । |
| হিতাধিকৰি | অসমৰ জনসাধাৰণ । |
| ন’ডেল বিভাগ | অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ । |
| চাবস্ক্ৰাইব আচঁনি | নিয়মীয়াকৈ আপডেট লাভ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচী চাবস্ক্ৰাইব কৰক । |
| কেনেকৈ আৱেদন কৰিব | চৰকাৰী চিকিৎসালয় বা অনুমোদিত ৰোগ নিৰ্ণয় কেন্দ্ৰলৈ যাব লাগিব। |
ভূমিকা
- বিনামূলীয়া চিটি স্কেন সেৱা ।
- বিনামূলীয়া এক্স-ৰে সেৱা ।
- বিনামূলীয়া পৰীক্ষাগাৰ সেৱা যেনে- ৰক্ত পৰীক্ষা, ইমেজিং স্কেন ইত্যাদি ।
কোনো ব্যক্তিৰ পৰা তেওঁলোকৰ আয়ৰ ওপৰত নিৰ্ভৰ কৰি কোনো ধন লোৱা নহ’ব । মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচীৰ অধীনত অসমৰ প্ৰতিজন লোকে এপিএল (APL) বা বিপিএল (BPL) হওক বিনামূলীয়া ৰোগ নিৰ্ণয় সেৱা লাভ কৰিবলৈ যোগ্য হব ।
এই আঁচনিৰ অধীনত ৫৬ টাতকৈ অধিক লেবৰেটৰী পৰীক্ষাৰ সংখ্যা উপলব্ধ আছে । মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচীৰ অধীনত এইচএলএল (HLL) লাইফকেয়াৰ লিমিটেডে সেৱা আগবঢ়াইছে । এতিয়ালৈকে এই আঁচনিৰ অধীনত ৬৪ লাখতকৈও অধিক ৰোগীয়ে বিনামূলীয়াকৈ ৰোগৰ চিকিৎসাৰ সুবিধা লাভ কৰিছে । বিনামূলীয়া ৰোগ চিকিসাৰ সেৱাৰ সুবিধা লাভ কৰিবলৈ হিতাধিকাৰীয়ে যিকোনো চৰকাৰী চিকিৎসালয় বা অনুমোদিত ৰোগ নিৰ্ণয় কেন্দ্ৰলৈ নিম্নলিখিত যিকোনো পৰিচয় প্ৰমাণপত্ৰৰ সৈতে যাব লাগিব : প্ৰথমত তেওঁ এজন অসমৰ বাসস্থান হ’ব লাগিব । ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স এইসমূহ নথি-পত্ৰত লগত থাকিবলৈ লাগিব ।
সুবিধাসমূহ
অসম চৰকাৰৰ মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচীৰ অধীনত যোগ্য হিতাধিকাৰীসকলক তলত দিয়া সুবিধাসমূহ প্ৰদান কৰা হ’ব :
- বিনামূলীয়া চিটি স্কেন সেৱা ।
- বিনামূলীয়া এক্স-ৰে সেৱা ।
- বিনামূলীয়া পৰীক্ষাগাৰ সেৱা যেনে- ৰক্ত পৰীক্ষা, ইমেজিং স্কেন ইত্যাদি ।
যোগ্যতাৰ চৰ্তসমূহ
হিতাধিকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব । সকলো বয়সৰ উপভোক্তাই এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে ।
কেনেদৰে আবেদন কৰিব
অসম চৰকাৰৰ মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচীৰ সুবিধা লাভ কৰিবলৈ হিতাধিকাৰীয়ে কোনো ঠাইত আবেদন কৰাৰ প্ৰয়োজন নাই । হিতাধিকাৰীসকলে তলত উল্লেখ কৰা স্থানসমূহলৈ গৈ বিনামূলীয়াকৈ এক্স-ৰে, চিটি স্কেন আৰু লেবৰেটৰী সেৱা লাভ কৰিব পাৰে :
- জিলা চিকিৎসালয় ।
- চৰকাৰী সাহায্যপ্ৰাপ্ত চিকিৎসালয় ।
- চৰকাৰী এমপেনেল্ড চিকিৎসালয় ।
- পাবলিক হেলথ চেন্টাৰ ।
- কমিউনিটি হেলথ চেন্টাৰ ।
- অনুমোদিত ৰোগ নিৰ্ণয় কেন্দ্ৰসমূহ ।
এপ্লিকেচন ফৰ্মখন পূৰণ কৰক আৰু প্ৰয়োজনীয় নথিপত্ৰসমূহ যুক্ত কৰক ।
প্ৰাৰম্ভিক পৰীক্ষণৰ পিছত, বিনামূলীয়া ৰোগ নিৰ্ণয় পৰীক্ষা কৰা হ’ব যাৰ বাবে ৰোগীয়ে কোনো মূল্য দিব নালাগে ।
যোগাযোগৰ বিৱৰণ
hlbhealthassam@gmail.com.
অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ,
প্ৰতিষ্ঠান শাখা (স্বাস্থ্য-A আৰু স্বাস্থ্য-B),
ব্লক ডি (গ্ৰাউণ্ড ফ্লৰ), অসম সচিবালয়,
দিছপুৰ, গুৱাহাটী,
৭৮১০০৬.
গুৰুত্বপূৰ্ণ লিংক
font-family: arial, sans-serif;
border-collapse: collapse;
width: 100%;
background-color: #ffffff;
color:black;
}
#simple_table td, #simple_table th {
text-align: left;
padding: 8px;
border: 1px solid #808080;
}
#simple_table tr:nth-child(even) {
background-color: #dddddd;
}
#simple_table tr:hover {
background-color: #ffff99;
}
| ↪️ অসমৰ মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচী পৰ্টেল । |
| ↪️ অসম স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ । |
| ↪️ অসমৰ মুখ্যমন্ত্ৰী বিনামূলীয়া ডায়েগনষ্টিক সেৱা কাৰ্যসূচী গাইডলাইন । |
.png)