Free Silai Machine Yojana Online Registration 2025
হৰ ঘৰ চিলাই মেচিন সুখবৰ অসমৰ প্ৰতিখন ঘৰৰ মহিলাই পা’ব চিলাই মেচিন । Online যোগে Apply কৰিব লাগিব যোগ্য মহিলা সকলে !
যদি আপোনাৰ বয়স ১৮-৫০ বছৰৰ ভিতৰত হয় আপুনি এজনি মুছলিম, খ্রীষ্টান, শিখ, বৌদ্ধ, জৈন বা পাৰ্চী ধৰ্মৰ মহিলা হয় তেনেহলে আপুনি Online কৰি চিলাই মেচিনটো পা’ব পাৰিব ।
অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ তৰফৰ পৰা মুকলি হোৱাৰ বাবে এই আচনিত কেৱল অসমৰ স্থায়ী বাসিন্দাৰ অধিসূচীত ধর্মীয় সংখ্যালঘু (মুছলিম, খ্রীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী ) ধৰ্মৰ লোক সকলেহে Apply কৰিব পাৰিব !
Important Notice:
Age Limit : 18 to 50 Years ( Female )
Qualification : Minimum 5th Pass
(function(w,q){w[q]=w[q]||[];w[q].push([“_mgc.load”])})(window,”_mgq”);
Important Documents:
- প্ৰাৰ্থীৰ ফটো,
- প্ৰাৰ্থীৰ চহী,
- Voter ID (যদি আছে),
- Aadhaar ID,
- Class V পাচ Certificate ( বেছি পঢ়া সকলে Class 10/12 পাচও দিব পাৰে ),
- Income Certificate,
- Age Proof Certificate ( Birth Certificate/Class 10 Admit )
- বাৰ্ষিক আয় পাঁচ লাখ (৫.০০ লাখ) টকাতকৈ অধিক হ’ব নোৱাৰিব ।
Important Links:
(adsbygoogle = window.adsbygoogle || []).push({});
#simple_table {
font-family: arial, sans-serif;
border-collapse: collapse;
width: 100%;
background-color: #ffffff;
color:black;
}
#simple_table td, #simple_table th {
text-align: left;
padding: 8px;
border: 1px solid #808080;
}
#simple_table tr:nth-child(even) {
background-color: #dddddd;
}
#simple_table tr:hover {
background-color: #ffff99;
}
| Online Apply: | Click Now |
| Whatapp Group: | Click Now |
| Official Website: | Click Now |