পাকিস্তান পৰাস্তঃ এচিয়া কাপত শেষ হাঁহি লংকা বাহিনীৰ… November 10, 2026September 12, 2022 by admin পাকিস্তানক ফাইনেলত পৰাস্ত কৰি এচিয়া কাপ-২০২২ৰ খিতাপ দখল শ্ৰীলংকাৰ । পাকিস্তানৰ বিৰুদ্ধে ২৩ ৰানত জয়লাভ শ্রীলংকাৰ । প্ৰথমে বেটিং কৰি শ্রীলংকাই লক্ষ্য নিৰ্ধাৰণ কৰিছিল ১৭১ ৰানৰ । তাৰ বিপৰীতে পাকিস্তানে ১৪৭ ৰান কৰিবলৈ সক্ষম হয় ।