Azim Premji Scholarship 2025 for Assam Girl Students – Apply Now

Azim Premji Scholarship 2025: 

এই স্কিমৰ মূল লক্ষ্য হৈছে অর্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ ছোৱালী বোৰক উচ্চ শিক্ষাৰ পথত আগবঢ়াই নিয়া । অসমৰ ছাত্ৰী সকলে এই সুবিধাৰ অংশ গ্ৰহণ কৰিবলৈ পাৰিব । অসমৰ চৰকাৰী বিদ্যালয়ৰ পৰা পঢ়ি থকা ছোৱালীক এই স্কিমে  আগবঢ়াত সহায় কৰিব । গাঁওঘৰত থকা বহু ছাত্ৰ-ছাত্ৰী টকা অভাৱত উচ্চ শিক্ষাৰ সমস্যাত পৰে । এই স্কলাৰশ্বিপে তেওঁলোকক সহায় কৰিব ।
Azim Premji Scholarship 2025 for Assam Girl Students – Apply Now

স্কলাৰশ্বিপৰ মূল বিশেষতা : 

বছৰে ₹30,000 টকা সহায় দিব (দুই ভাগত দিয়া হ’ব) ।
২-৫ বছৰৰ Undergraduate (UG) বা Diploma Course সম্পূৰ্ণ কৰিব বাবে এই সহায় । সম্পূৰ্ণ অসম তথা ৩টা কেন্দ্ৰশাসিত অঞ্চলত প্ৰযোজ্য হব এই আচঁনিৰ । ধন সমূহ শিক্ষার্থীৰ নিজৰ বেংক একাউণ্টত জমা হ’ব ।

(function(w,q){w[q]=w[q]||[];w[q].push([“_mgc.load”])})(window,”_mgq”);

যোগ্যতা (Eligibility)

  • 1. লিঙ্গ – ছোৱালী বোৰে লাভ কৰিব এই আচঁনিৰ সূবিধা 
  • 2. বিদ্যালয়/কলেজ – Class 10 আৰু 12 ৰ ছাত্ৰ-ছাত্ৰী সকল চৰকাৰী বিদ্যালয়/কলেজৰ পৰা হ’ব লাগিব ।
  • 3. কোর্সৰ ধৰণ – নিয়মীয়া Undergraduate বা Diploma কোর্স (Distance/Online নহ’ব) ।
  • 4. প্ৰথম কোর্স – 12শ শ্রেণী পাছত প্ৰথমবাৰৰ বাবে UG/Diplomaত ভৰ্তি হোৱা হব লাগিব ।

কেনেকৈ আবেদন কৰিব

  • অফিচিয়াল ৱেবছাইটত Online Form পূৰণ কৰিব লাগিব।
  • Azim Premji Scholarship Portal
  • আবেদন সময়ত লাগিব:

আবেদনৰ সময়ত লাগতীয়াল নথি-পত্ৰ সমূহ

(adsbygoogle = window.adsbygoogle || []).push({});

  • Class 10 & 12 Marksheet
  • আধাৰ কাৰ্ড
  • ভর্তি প্ৰমাণপত্ৰ (Admission Proof)
  • ফটো
  • ছাত্ৰী হস্তাক্ষৰ 
  • বেংক একাউণ্টৰ তথ্য

Note:

Azim Premji Scholarship 2025 ৰ আবেদন শেষ হ’ব তাৰিখ হৈছে 30 September 2025 ৰাতি 11:59 PM ।
#simple_table {
font-family: arial, sans-serif;
border-collapse: collapse;
width: 100%;
background-color: #ffffff;
color:black;
}
#simple_table td, #simple_table th {
text-align: left;
padding: 8px;
border: 1px solid #808080;
}
#simple_table tr:nth-child(even) {
background-color: #dddddd;
}
#simple_table tr:hover {
background-color: #ffff99;
}

Online Application From: Click Here
WhatsApp Group: Click Here
Official Website: Click Here

উপসংহাৰ

অসমৰ ছোৱালীয়ে যদি Class 12 পাস কৰি কলেজ/ডিপ্ল’মাত ভৰ্তি হৈছে, তেন্তে এই সুযোগ লাভ কৰিব । সময়মতে আবেদন কৰি, আজিম প্রেমজী স্কলাৰশ্বিপৰ সহায় ল’ব পাৰিব ।

🔹 Labels : 

Azim Premji Scholarship 2025 Assam, Azim Premji Foundation Scholarship, Scholarship for Girl Students Assam, Assam UG Diploma Scholarship 2025, Higher Education Scholarship Assam
Contact US AS A FREE MEMBER

facebook group
whatsapp group

Leave a Comment