Assam ANM Admission 2026 – Apply Online, Eligibility, Exam Date & Syllabus
Assam ANM Admission 2026-ৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া শীঘ্ৰেই আৰম্ভ হ’ব । Srimanta Sankaradeva University of Health Sciences (SSUHS)-ৰ অধীনত অনুষ্ঠিত হ’বলগীয়া ANM Entrance Examination 2026-ৰ জৰিয়তে Assam-ৰ চৰকাৰী ANM Training Schoolসমূহত নামভৰ্তি কৰা হ’ব । ২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে মুঠ 369 খন ANM Seat উপলব্ধ আছে । যোগ্য মহিলা প্ৰাৰ্থীসকলে 15 September 2026ৰ পৰা 27 … Read more