বুঢ়ী আইৰ সাধু ( লক্ষ্মীনাথ বেজবৰুৱা )

বুঢ়ী আইৰ সাধু পাতনি প্ৰত্যেক জাতিৰ আৰু প্ৰত্যেক দেশৰ সুকীয়া ভাষা থকাদি সুকীয়া সাধু-কথা (Folklore) আছে । ভাষা যেনেকৈ কোনো এটা জাতিৰ জাতীয় জীৱনৰ গুৰিৰপৰা আত্মপ্ৰকাশ আৰু আত্মজীৱনচৰিত, পুৰণি সাধুকথাবোৰো সেইদৰে জাতীয় জীৱনৰ পুৰণি কালৰে পৰা আত্মপ্ৰকাশ আৰু আত্ম-জীৱন চৰিত । কোনো এটা জাতিৰ ভিতৰুৱা শিক্ষিত-অশিক্ষিত, সভ্য-অসভ্য, জ্ঞানী-অজ্ঞানী সকলো মানুহৰে চৰণৰ ছাপ যেনেকৈ সেই জাতিৰ … Read more

মিছলীয়া গৰখীয়া | Assamese Story | অসমীয়া সাধু | Khadhu |

এখন গাঁৱত দেহীৰাম নামৰ এটা গৰখীয়া আছিল । পাহাৰৰ নামনিত সি সদায় গৰু চৰাই থাকে ।    এদিন দুপৰীয়া তাৰ মনত এটা বেয়া বুদ্ধি খেলালে । সি গাঁৱৰ মানুহবোৰক ঠগিবলৈ বুলি ঢেঁটুফালি চিঞৰিলে, “বাঘ ঐ, খালে ঐ, কোন ক’ত আছ, মোক বচা ঐ ।” তাৰ চিঞৰ শুনি গাঁৱৰ ৰাইজ যাঠি-জোং লৈ উধাতু খাই আহিল । পাছে দেখিলে যে … Read more