দেশৰ ৰাষ্ট্ৰপতি কেনেকৈ নিৰ্বাচিত হয় ?
১৮ জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন ৷ এই নিৰ্বাচনত ভাগ ল’ব দেশৰ সাংসদ আৰু বিধায়কসকলে । ভাগ ল’ব ৰাজ্যসভাৰ সাংসদে, লোকসভা আৰু প্ৰতিখন ৰাজ্যৰ বিধায়কে । (adsbygoogle = window.adsbygoogle || []).push({}); পৰোক্ষভাৱে নিৰ্বাচিত হোৱা ৰাষ্ট্ৰপতিৰ এই নিৰ্বাচনত বিধায়কসকলৰ ভোটৰ মূল্য নিৰূপিত হ’ব ৰাজ্যখনৰ জনসংখ্যাৰ ওপৰত ৷ ১৯৭১ৰ লোকপিয়ল মতে নিৰ্ণয় হ’ব বিধায়কৰ ভোটৰ মূল্য । … Read more