Fino Payment Bank CSP How to Open / Fino Payment Bank CSP Apply
ফিনো পেমেণ্টছ বেংক চিএছপি (গ্ৰাহক সেৱা পইণ্ট)ৰ বাবে আবেদন কৰিবলৈ আপুনি অফিচিয়েল ফিনো মাৰ্চেণ্ট পঞ্জীয়ন পৰ্টেলৰ জৰিয়তে অনলাইনত পঞ্জীয়ন কৰিব পাৰিব । নাইবা আমাৰ ফিনো এজেণ্টৰ লগত যোগাযোগ কৰিবলৈ পাৰিব । তলত এজেণ্টৰ যোগাযোগৰ নম্বৰ দিয়া আছে । আবেদনকাৰীৰ বয়স কমেও ১৮ বছৰ হ’ব লাগিব, পেন কাৰ্ড, আধাৰ কাৰ্ড, আৰু সক্ৰিয় মোবাইল নম্বৰ থাকিব লাগিব, … Read more