WhatsApp New Feature
একে সময়তে চাৰিটা ফোনত হোৱাটছএপ একাউণ্ট খুলিব পাৰি, সেয়াও ইণ্টাৰনেট অবিহনে … WhatsAppএ শেহতীয়াকৈ এণ্ড্ৰইড আৰু আই.ও.এছ. ব্যৱহাৰকাৰীসকলৰ বাবে মাল্টি-ডিভাইচ সমৰ্থন সুবিধা মুকলি কৰিছে । এই সুবিধাৰ সহায়ত, ব্যৱহাৰকাৰীসকলে ইণ্টাৰনেট সংযোগ অবিহনে একে সময়তে চাৰিটা ডিভাইচ আৰু এটা ফোনত তেওঁলোকৰ হোৱাটছএপ একাউণ্ট ব্যৱহাৰ কৰিব পাৰে ।মেটা-মালিকানাধীন তাৎক্ষণিক মেচেজিং প্লেটফৰ্ম হোৱাটছএপে এই সুবিধাটোৰ ওপৰত কাম কৰি … Read more