Assam Anganwadi Recruitment 2026 – 31 Anganwadi Worker & Helper Posts @ Hojai
Assam Anganwadi Recruitment 2026: হোজাইৰ জুগীজানস্থিত আইচিডিএছৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া (চিডিপিঅ’)ৰ কাৰ্যালয়ে বিভিন্ন অংগনবাড়ী কেন্দ্ৰত ৩১ জন অংগনবাড়ী কৰ্মী আৰু অংগনবাড়ী সহায়ক (সহায়িকা)ৰ খালী পদত নিযুক্তিৰ বাবে এক নিযুক্তি অধিসূচনা প্ৰকাশ কৰিছে। যিকোনো দশম আৰু দ্বাদশ উত্তীৰ্ণ প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে শেহতীয়াকৈ ২০২৬ চনৰ ৩১ আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰিব। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে … Read more