আপোনাৰ হেলমেটৰ ওপৰত চৰকাৰ আৰু প্ৰশাসনে চকু ৰাখিছে ।

দুৰ্ঘটনা পতিত হৈ মৃত্যু হোৱা সংখ্যা হ্ৰাস কৰাৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ হাতত লৈছে  ।  সাধাৰণ যিকোনো হেলমেট পিন্ধিলেও দুৰ্ঘটনা পৰা ৰক্ষা পোৱা নাযায় । সেইবাবে ISI মাৰ্ক থকা হেলমেট বিক্ৰী কৰা দোকানৰ পৰাহে আপুনি ক্ৰয় কৰক হেলমেট । আৰু সম্পূৰ্ণ ৰূপে মুখমণ্ডল ঢাকি ৰখা হেলমেটহে পৰিধান কৰক আপুনি বাহন চলোৱা সময়ত । যি কোনো … Read more

কি আছে নতুন শিক্ষানীতি ২০২০ ত ?

২০২০ শিক্ষানীতি :–  আজি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনালে নতুন শিক্ষা নীতিক। যোৱা বছৰ ISROৰ প্ৰাক্তন মুৰব্বী কে কস্তুৰীৰংগন কমিটীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ খচৰা প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰক জমা দিছিল।           মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত হ’ব প্ৰৱেশিকা পৰীক্ষা, HSত নাথাকিব কলা, বিজ্ঞান, বাণিজ্য শাখা ! শিক্ষা নীতি অনুসৰি, শিক্ষা ব্যৱস্থাত মাতৃভাষা, আধুনিক … Read more

২৭৩ টা এপৰ সহ PUBG সমগ্ৰ দেশতে নিষিদ্ধ কৰিবলৈ চৰকাৰে লৈছে সিদ্ধান্ত!

PUBG Brand – ৫৯টা চাইনিজ এপৰ সহ ভাৰতত জনপ্ৰিয় টিকটক এপ নিষিদ্ধ কৰা পিছত এইবাৰ আকৌ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰি ওলিয়াইছে আন এখন তালিকা ।  ৫৯টা চাইনীজ এপ ৰ সহ টিকটক নিষিদ্ধ কৰা পিছত এইবাৰ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰিছে আন এখন তালিকা।  দেশৰ লগতে ব্যক্তি বিশেষৰ প্ৰাইভেচীৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সন্দেহ কৰা হৈছে তালিকাভুক্ত কৰা … Read more

৩০ আৰু ৩১ জুলাইত অসমৰ আন জিলাৰ সমুহত যাতায়তৰ ব্যৱস্থা

৩০ আৰু ৩১ জুলাইত অসমৰ আন জিলাৰ সমুহত যাতায়তৰ ব্যৱস্থা 😡  কভিড-১৯ ফলত ২২জুলাই পৰা আন্তঃজিলা লৈ সকলো যাতায়তৰ ব্যৱস্থা বন্ধ কৰি ৰখা হৈছিল । যাৰ ফলত বহুতো লোকে অসুবিধাৰ সন্মুখীন হৈছিল ।      সেইবাবে জুলাই মাহৰ ৩০ আৰু ৩১ তাৰিখে আন্ত:জিলাৰ যাতায়তৰ বাবে অনুমতি প্ৰদান কৰিছে । এই দুই দিনৰ বাবে আন্ত:জিলাৰ সমুহত … Read more

এই তাৰিখৰ আগতে আবেদন কৰক PM ফচল বীমা আঁচনিৰ সুবিধা লব কাৰনে

Pradhan Mantri Fasal Bima Yojana :- আপুনি কষ্টৰে যেতিয়া খেতি কৰে আৰু সেই খেতি যেতিয়া বানে লৈ যায় তেতিয়া কাৰ দুখ নালাগিব, এই দুখৰ পৰা পৰিত্ৰান পাবলৈ আপোনালোকে এটা উপায় ল’ব পাৰে ৷ যদিহে আপুনি এতিয়ালৈকে  Pradhan Mantri Fasal Bima Yojana  Pradhan Mantri Fasal Bima Yojana :- ৰেজিষ্ট্ৰেচ’ন কৰা নাই তেন্তে সোনকালেই এই সুবিধা লঁওক, কাৰণ ইয়াৰ … Read more

Google–এ ভাৰতত কৰিব ৭৫হাজাৰ কোটি টকাৰ বিনিয়োগ, ভাৰতৰ ডিজিটেল অৰ্থব্যৱস্থা হ’ব উৰ্ধমুখী

Google has announced a Rs 75,000 crore fund (10 billion) to help accelerate the digital economy in India. Google has announced Rs 75,000 crore fund (10 billion) to help accelerate the digital economy in india নতুন দিল্লীঃ গুগলে (Google) ভাৰতৰ ডিজিটেল অৰ্থব্যৱস্থাক গতি প্ৰদানত সহায় কৰিবলৈ ৭৫হাজাৰ কোটি টকাৰ (১০আৰৱ ডলাৰ) ফাণ্ড ঘোষণা কৰিছে। গুগলৰ চিইঅ’ সুন্দৰ … Read more

কোৰোনাৰ নতুন লক্ষণ । এতিয়া খৰ-খজুৱতিক আওকাণ নকৰিব !

Covid – 19 :- চীনৰ পৰা আৰম্ভ হোৱা কোৰোনাই বৰ্তমান বিশ্বত মহামাৰী ৰূপ লৈছে।  ১৭জুলাই ২০২০ৰ লৈকে ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে ১০লাখ ঘৰ। এনে পৰিস্থিতিত কোৰোনা ভাইৰাছৰ ওপৰত গৱেষণা কৰি থকা একাংশ বিশেষজ্ঞই দাবী কৰিছে যে, এই ভাইৰাছবিধ বিকাশ হোৱাৰ লগে লগে কিছু সংক্ৰমণৰ লক্ষণসমূহো শেহতীয়াকৈ কিছু সলনি হৈছে।  কোৰোনাৰ ওপৰত গৱেষণা কৰি … Read more

পথৰ কাষত দোকান দিয়া সকলক মোদী চৰকাৰে দিব ১০ হাজাৰ টকা ১ আগষ্টৰ পৰা

কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। যি সকল লোকে পথৰ কাষত ঠেলাত দোকান দি জীৱন নিৰ্বাহ কৰে । পথৰ কাষত ঠেলাত দোকান দি জীৱন নিৰ্বাহ কৰা সকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত সৰু দোকান দিয়া, পথৰ কাষত ঠেলাত দোকান দিয়া ব্যৱসায়ীক চৰকাৰে দিব কম সুতৰ বিনিময়ত লোন। … Read more

In Assam, the number of Covid-19 victims increased to 831

Covid-19 was found in the bodies of 33 people. অসমত ৮৩১জনলৈ বৃদ্ধি পালে কোভিড–১৯ত আক্ৰান্ত লোকৰ সংখ্যা। আৰু ৩৩জন লোকৰ দেহত পোৱা গৈছে কোভিড–১৯ৰ অৱস্থিতি। ইয়াৰ ভিতৰত নগাঁৱৰ ১০জন, কামৰূপ মেট্ৰ’ৰ ৮জন, কাছাৰৰ ৭জন, হোজাই আৰু ডিমা হাছাওৰ এজনকৈ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ দুজনকৈ লোক আছে। দুজনৰ স্থান চিনাক্ত হ’বলৈ বাকী আছে এতিয়াও। এই কথা জনালে … Read more