Assam Government New Scheme 2026 / All Scheme, All Details and Apply Link
অসম চৰকাৰে ২০২৬ চনত মহিলা, ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ বাবে কেইবাখনো নতুন আঁচনি আৰম্ভ কৰিছে । এই আঁচনিসমূহৰ মূল লক্ষ্য হৈছে শিক্ষাৰ উন্নয়ন, আত্মনিৰ্ভৰশীলতা, মহিলা সৱলীকৰণ আৰু আৰ্থিক সহায় আগবঢ়োৱা । এই Articleত আমি ২০২৬ চনত চলি থকা গুৰুত্বপূর্ণ অসম চৰকাৰৰ আঁচনিসমূহৰ বিষয়ে সহজ ভাষাত জানিম । 1. Orunodoi 3.0: Orunodoi অসমৰ আটাইতকৈ … Read more